• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দক্ষিণ গাৰো পাহাৰত গ্ৰেপ্তাৰ জিএনএলএ’ৰ দুৰ্ধৰ্ষ কমাণ্ডাৰ নিক্ৰাক এম চাংমা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2019 2:59 pm
NSC-600x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাৰো নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ(জিএনএলএ)দুৰ্ধৰ্ষ কমাণ্ডাৰ নিক্ৰাক এম চাংমাক মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ ৰংগাৰাত মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

দক্ষিণ গাৰো পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক আব্ৰাহাম টি চাংমাই জানিবলৈ দিয়া মতে নিক্ৰাক এম চাংমাক দেওবাৰে সন্ধিয়া গংগাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

‘’তেওঁ বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল আৰু আমি তেওঁ ঘূৰি যাবলৈ চেষ্টা কৰাৰ সময়তে তেওঁক গ্ৰেপ্তাৰ কৰো,’’-আৰক্ষী অধীক্ষকগৰাকীয়ে কয়।

নিক্ৰাক এম চাংমাই এজন গাৰো গাঁৱবাসীৰ ছদ্মবেশত আছিল আৰু তেওঁক আন্তৰ্জাতিক সীমান্তৰ ওচৰতে গ্ৰেপ্তাৰ কৰা হয়।

বিগত কেইমাহ ধৰি নিক্ৰাক এম চাংমাক ওৰফে কালটুশে আলফা উগ্ৰপন্থী আৰু বাংলাদেশৰ একাংশ অপৰাধীৰ সৈতে নিকট সম্পৰ্ক গঢ়ি জিএনএলএক সংগঠিত কৰাৰ কামত নিয়োজিত আছিল।

নিক্ৰাক এম চাংমাই ২০১১চনত জিএনএলএত যোগদান কৰিছিল আৰু সংগঠনটোত যোগদান কৰা তৃতীয় চামৰ সদস্য আছিল। তেওঁ ২০১৫চনত বাংলাদেশলৈ গৈছিল।

আৰক্ষী বিষয়াই কয় যে নিক্ৰাক এম চাংমাই জিএনএলএৰ কেডাৰসকলক অস্ত্ৰ-শস্ত্ৰ যোগান তথা বাংলাদেশৰ পৰা য়ুনিফৰ্ম যোগানকে ধৰি সা-সৰঞ্জাম যোগানত নিয়োজিত হৈ আছিল।

২০১৮’ৰ ফেব্ৰুৱাৰিত মুখ্য সেনাধ্যক্ষ ছোহান ডি শিৰা নিহত হোৱাৰ পাছত জিএনএলএৰ বাবে সংকট নামি অহাত নিক্ৰাক এম চাংমা বাংলাদেশতে আছিল।

বিগত এবছৰ ধৰি তেওঁ বাংলাদেশত থকাৰ সময়ছোৱাত নিক্ৰাক এম চাংমা আলফাকে ধৰি আন বিদ্ৰোহী সংগঠনৰ সমৰ্থনত ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপত জড়িত হৈ আছিল।

নিক্ৰাক এম চাংমা পুজি সংগ্ৰহৰ বাবে ভাৰতীয় নাগৰিকৰ অপহৰণ আৰু ধন দাবীৰ সৈতে জড়িত আছিল।

মেঘালয়ৰ দক্ষিণ অঞ্চলত এখন সাৰ্বভৌম গাৰোলেণ্ডৰ বাবে যুঁজ দিবলৈ ২০০৯চনত জিএনএলএ গঠন হৈছিল।

মেঘালয়ৰ এজন প্ৰাক্তন উপ আৰক্ষী অধীক্ষক (ডিএছপি) পাকচাৰা আৰ চাংমা ওৰফে চেম্পিয়ন আৰ চাংমাই আৰক্ষী বাহিনী ত্যাগ কৰি বিদ্ৰোহী সংগঠনটো গঠন কৰিছিল।

বৰ্তমান শ্বিলং জেইলৰ পৰা ওলোৱা চেম্পিয়ন আৰ চাংমাৰ সৈতে নিক্ৰাক এম চাংমাই সম্পৰ্ক ৰক্ষা কৰিছিল বুলি সন্দেহ কৰা হয়।

আৰক্ষী তথা চোৰাংচোৱা বিষয়াই গাৰো পাহাৰৰ এক গোপন স্থানত নিক্ৰাক এম চাংমাৰ জেৰা অব্যাহত ৰাখিছে।

নিক্ৰাক এম চাংমা আলফাৰ উপ মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰো এজন নিকট সহযোগী আছিল বুলি আৰক্ষী বিষয়াই জানিবলৈ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd