• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আহি আছে ‘কৃষ-৪’; মূল ভূমিকাত থাকিব হৃতিক ৰোশনেই

এন ই নাও নিউজ by এন ই নাও নিউজ
October 15, 2019 11:33 am
hrithik
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৌ নিৰ্মাণ হ’ব কৃষ। এইবাৰো মূল ভূমিকাত অভিনয় কৰিব হৃতিক ৰোশনেই। অভিনেতাগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলত এনে এক ইংগিতেই দাঙি ধৰিছে।

হৃতিকে পিতৃ ৰাকেশ ৰোশনৰ সৈতে এখন ছবিও পোষ্ট কৰিছে। অৱশ্যে, ছবিখন এইবাৰ ৰাকেশ ৰোশনে পৰিচালনা নকৰিবও পাৰে। তেওঁৰ পৰিৱৰ্তে ছবিখন সঞ্জয় গুপ্তাই পৰিচালনা কৰাৰ সম্ভাৱনা আছে।

হৃতিকে জানিবলৈ দিয়ে যে পিতৃ ৰাকেশ ৰোশন দ্ৰুতভাৱে আৰোগ্য হৈ উঠিছে যদিও শেষ মুহূৰ্তত হয়তো পৰিচালক সলনি হ’ব পাৰে।

উল্লেখযোগ্য যে ৰাকেশ ৰোশনৰ অসুস্থতাৰ বাবেই ‘কৃষ-৪’ৰ কাম পিছুৱাই গৈছিল। প্ৰায় এমাহ পূৰ্বে ৰাকেশ ৰোশনৰ কেন্সাৰ ধৰা পৰিছিল। তাৰ পাছৰে পৰাই চিকিৎসকৰ পৰামৰ্শ মতে চলিবলগীয়া হৈছে ৰাকেশ ৰোশন।

krrish-4-soon-hrithik-roshan-759 9
পিতৃ ৰাকেশ ৰোশনৰ সৈতে হৃতিক ৰোশন। ফটো : ইনষ্টাগ্ৰাম

বৰ্তমান ৰাকেশ ৰোশনে চিকিৎসকৰ পৰামৰ্শত অতি সাৱধানেৰে চলিবলগীয়া হৈছে। সম্ভৱত: সেই কাৰণেই এইবাৰ পৰিচালক হিচাপে দেখা পোৱা নাযাব ৰাকেশ ৰোশনক। তেওঁৰ ঠাইত হয়তো সঞ্জয় গুপ্তাই পৰিচলনা কৰিব ছবিখন।

‘কৃষ-৪’ ছবিখন সম্পূৰ্ণ কৰি তুলিবৰ বাবে প্ৰযোজক সাজু হৈ আছে। ছবিখনৰ নিৰ্মাণত ২৫০ কোটি টকা খৰচ হ’ব বুলি জানিব পৰা গৈছে। ছবিখন সদ্যহতে প্ৰি-প্ৰডাকশ্যন পৰ্যায়তে আছে।

সকলো ঠিকে-ঠাকে থাকিলে ছবিখন ২০২০’ত মুক্তি পোৱাটো খাটাং। তাৰিখ অৱশ্যে এতিয়াও ঠিক হোৱা নাই।

ছবিখনৰ নায়িকাৰ ভূমিকাত কোনে অভিনয় কৰিব সেয়া জানিব পৰা হোৱা নাই। কংগনা ছবিখনত নাথাকিব সেয়া নিশ্চিত। তদুপৰি, বিয়াৰ পাছত দেশৰ বাহিৰত থকা প্ৰিয়ংকা চোপ্ৰাৰো সম্ভাৱনা নাই। সেয়েহে নতুন নায়িকা কোন হ’ব তাক লৈ কৌতুহল এটা থাকি গৈছে।

কেইদিনমান পূৰ্বে ‘ছুপাৰ-৩০’ ছবিৰ বাবে দৰ্শকৰ প্ৰশংসা লাভ কৰিছিল হৃতিকে। ‘ৱাৰ’ ছবিতো তেওঁৰ অভিনয় ভাল হোৱা বুলি চৰ্চা চলিছে। ‘কৃষ’ৰ প্ৰথম তিনিখন সকলোৱে ভাল পাইছিল, এতিয়া পৰৱৰ্তী ‘কৃষ-৪’য়ে কেনেদৰে দৰ্শকক আকৰ্ষণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd