• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা ছুপাৰ মডেল বেলা হাদিদ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 16, 2019 5:48 pm
2.7k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকান ছুপাৰ মডেল বেলা হাদিদ (Bella Hadid) হৈছে বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা। গ্ৰীক গণিতশাস্ত্ৰৰ সূত্ৰ প্ৰয়োগ কৰি এই মত আগবঢ়াইছে বিজ্ঞানীৰ এটা দলে।

লণ্ডনৰ হাৰ্লি ষ্ট্ৰীটৰ বিশিষ্ট ফে’চিয়েল কসমেটিক ছাৰ্জনৰ ড০ জুলীয়ান ডি ছিল্ভাৰ নেতৃত্বত বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা নিৰ্ণয় কৰা এডল বিজ্ঞানীয়ে ‘গ’ল্ডেন ৰেচিঅ’ অৱ বিউটি ফাই ষ্টেণ্ডাৰ্ডছ’ৰ অনুসৰি বেলা হাদিদৰ মুখমণ্ডল নিখুঁততাৰ আটাইতকৈ কাষ ছাপে বুলি কয়, আয়াৰলেণ্ডৰ ৱেবছাইট goss.ieৰ এক বাতৰিত প্ৰকাশ।

বাতৰিটোত প্ৰকাশ পোৱা মতে গল্ডেন ৰেছিঅ’ অনুসৰি ২৩ বছৰীয়া মডেলগৰাকীৰ ৯৪.৩৫ শতাংশ নিখুঁত মুখমণ্ডল আছে।

‘Golden Ratio’ হৈছে গাণিতিক অনুপাত। ইয়াৰ দ্বাৰা কোনো বস্তুত থকা ‘সৌন্দৰ্য্য’ৰ মাপকাঠি নিৰ্ণয় কৰিব পাৰি।

উক্ত অনুপাত অনুসৰি আমেৰিকাৰ জনপ্ৰিয় গায়িকা বিয়নচি’ (Beyoncé) এই তালিকাৰ দ্বিতীয় স্থানত আছে। তেওঁৰ মুখমণ্ডল ৯২.৪৪ শতাংশ নিখুঁত।

আনহাতে আমেৰিকান অভিনেত্ৰী এম্বাৰ হাৰ্ড (Amber Heard) ৯১.৮৫ শতাংশৰে তৃতীয় আৰু প’পষ্টাৰ এৰিয়ানা গ্ৰাণ্ড (Ariana Grande) ৯১.৮১ শতাংশৰে তালিকাৰ চতুৰ্থ স্থানত আছে।

Recent News

ছলমানক আমন্ত্ৰণ কৰাৰ বাবেই কপিলৰ কেফেত গুলীচালনা? ভাইৰেল বিষ্ণোই গেঙৰ অডিঅ’

ছলমানক আমন্ত্ৰণ কৰাৰ বাবেই কপিলৰ কেফেত গুলীচালনা? ভাইৰেল বিষ্ণোই গেঙৰ অডিঅ’

আকৌ ৰক্তাক্ত কাশ্মীৰ উপত্যকা! সন্ত্ৰাসবাদীৰ গুলীত ছহিদ হ’ল দুই ভাৰতীয় জোৱান

আকৌ ৰক্তাক্ত কাশ্মীৰ উপত্যকা! সন্ত্ৰাসবাদীৰ গুলীত ছহিদ হ’ল দুই ভাৰতীয় জোৱান

নাও বুৰিলেও টিঙৰ পৰা নানামে ট্ৰাম্প! ‘১৯২৯ চনৰ দৰে মহা মন্দাৱস্থাত পৰিব আমেৰিকা’, শুল্কক লৈ কি স্থিতি ড’নাল্ড ট্ৰাম্পৰ?

নাও বুৰিলেও টিঙৰ পৰা নানামে ট্ৰাম্প! ‘১৯২৯ চনৰ দৰে মহা মন্দাৱস্থাত পৰিব আমেৰিকা’, শুল্কক লৈ কি স্থিতি ড’নাল্ড ট্ৰাম্পৰ?

ভোট চুৰি বিতৰ্ক! নিৰ্বাচন আয়োগক ৰাজধৰ্ম পালন কৰিবলৈ কঠোৰ বাৰ্তা চিপিআইএমৰ

ভোট চুৰি বিতৰ্ক! নিৰ্বাচন আয়োগক ৰাজধৰ্ম পালন কৰিবলৈ কঠোৰ বাৰ্তা চিপিআইএমৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd