• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি মৰণপণ যুঁজত এফ চি গোৱাৰ সন্মুখত নৰ্থ-ইষ্ট য়ুনাইটেড

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2018 3:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত চতুৰ্থ হিৰ’ ইণ্ডিয়ান ছুপাৰ লীগ(আই এছ এল)ৰ দ্বিতীয় লেগৰ এখন মৰণপণ যুঁজত নৰ্থ-ইষ্ট ইউনাইটেড মুখামুখি হ’ব ঘৰুৱা দল এফ চি গোৱাৰ। গোৱাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আজিৰ এই খেলখন। লক্ষণীয় যে দুয়োটা দলে আজি ১২ নম্বৰ মেচত অৱতীৰ্ণ হ’ব।

উল্লেখযোগ্য যে চলিত সংস্কৰণৰ প্লে অফত স্থান নিশ্চিত কৰাৰ বাবে আজিৰ খেলখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

Apply Now

সম্প্ৰতি দুয়োটা দলে তালিকাৰ শীৰ্ষ চাৰিৰ বাহিৰত আছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰথম লেগৰ খেলত নৰ্থ-ইষ্ট য়ুনাইটেডে ২-১ গ’লৰ ব্যৱধানত পৰাজিত কৰিছিল এফ চি গোৱাক।

আনহাতে এফ চি গোৱাই ইয়াৰ পূৰ্বে খেলা ১১ খন মেচৰ ৬ খনত জয়লাভ কৰাৰ বিপৰীতে ৪ খনত পৰাজয় আৰু ১ খনত ড্ৰ খেলিছে। এই কেইখন খেলৰ পৰা গোৱাই ১৯ পইণ্ট লাভ কৰি তালিকাৰ ষষ্ঠ স্থানত আছে।

ইফালে নৰ্থ-ইষ্টে ১১ খন খেলৰ ৩ খনত জয়লাভ কৰাৰ বিপৰীতে ৭ খনত পৰাজয় আৰু ১ খন খেল ড্ৰ খেলি মুঠ ১০ পইণ্ট অৰ্জন কৰি সম্প্ৰতি তালিকাৰ নৱম স্থানত আছে।

মনকৰিব লগীয়া যে যদিহে নৰ্থ-ইষ্ট য়ুনাইটেডে আজিৰ খেলত বিজয়ী হ’ব নোৱাৰে তেন্তে চতুৰ্থ বাৰৰ বাবে প্লে অফত স্থান নিশ্চিত কৰাৰ সুযোগ হেৰুৱাব।

ইতিমধ্যে গোৱাই যোৱা খেলত নিজৰ ঘৰৰ মাটিতে মুম্বাই এফ চিৰ বিৰুদ্ধে পৰাস্ত হৈছিল। যাৰ কাৰণে আজি ঘৰুৱা দল যথেষ্ট চাপত থাকিব।

এই সম্পৰ্কত এফ চি গোৱাৰ প্ৰশিক্ষক ল’বেৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘আমি কোন দলৰ বিপক্ষে মেচত অৱতীৰ্ণ হৈছো সেই বিষয়ে দলৰ খেলুৱৈ মুঠেও চিন্তিত নহয়। প্ৰতিখন খেলেই দলৰ বাবে গুৰুত্বপূৰ্ণ। আমি তালিকাৰ কোন স্থানত আছো বা প্লে অফত স্থান নিশ্চিত হ’ব নে নহয় তাৰ বাবেও কোনো খেলুৱৈ চাপত নাই’।

ইফালে নৰ্থ- ইষ্টে দ্বিতীয় লেগৰ ঘৰুৱা খেলত উন্নতমানৰ প্ৰদৰ্শন কৰিছে যদিও যোৱা খেলত বেংগালুৰু এফ চিৰ বিৰুদ্ধে পৰাজয়বৰণ কৰিছিল। যোৱা খেলৰ সকলো কথা পাহৰি এফ চি গোৱাৰ বিৰুদ্ধে নৰ্থ-ইষ্টে আজি উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰিব বুলি দলটোৰ নৱ নিযুক্ত প্ৰশিক্ষক গ্ৰাণ্টে সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

August 3, 2026 12:33 pm
বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

August 3, 2026 11:39 am
স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

August 3, 2026 10:31 am
অসমৰ বানত এতিয়াও আক্ৰান্ত ১.৩৬ লাখৰো অধিক লোক; মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

অসমৰ বানত এতিয়াও আক্ৰান্ত ১.৩৬ লাখৰো অধিক লোক; মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

August 3, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

August 3, 2026 12:33 pm
বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

August 3, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd