• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Jioৰ তিনিটা নতুন প্লেন মুকলি; অন্য নেটৱৰ্কলৈ কল কৰিবলৈ লগাওক এইবাৰ FUP

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2019 10:41 am
jio_main_1571651261_618x347

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Reliance Jioইএইবাৰ তিনিটা নতুন আনলিমিটেড প্লেন মুকলি কৰিছে। ইয়াক কোৱা হৈছে All in one প্লেন।

কিছুদিন পূৰ্বে কোম্পানীটোৱে IUCৰ কথা দোহাৰি জিঅ’ৰ বাহিৰত অন্য নেটৱৰ্কলৈ ফোন কৰিলে অতিৰিক্ত পইচা লোৱাৰ কথা ঘোষণা কৰিছিল।

Apply Now

ইয়াৰ বাবে কোম্পানীটোৱে কিছুমান IUC Top Ups ও মুকলি কৰিছিল। এতিয়া কোম্পানীটোৱে ইয়াক সৰলীকৰণ কৰি তিনিটা নতুন প্লেন মুকলি কৰিছে।

এই তিনিটা প্লেনত গ্ৰাহক অধিক ডাটা দিয়া হ’ব আৰু অন্য নেটৱৰ্কলৈ আনলিমিটেড কলৰ সুবিধাও থাকিব।

কিন্তু ইয়াত পূৰ্বৰ দৰে আনলিমিটেড কলৰ সুবিধা নাথাকিব, গ্ৰাহকে এই নতুন পেক’ৰ জৰিয়তে মাহটোত ১০০০ মিনিটহে অন্য নেটৱৰ্কলৈ কল কৰিব পাৰিব। ইয়াত আনলিমিটেডৰ লগতে FUP(Fair Usage Policy)লগাবলৈও কোৱা হৈছে।

jio-all_102119015739 12
ফটো উৎস : ইন্টাৰনেট

২২২ টকাৰ প্লেনঃ

নতুন তিনিটা প্লেনৰ ভিতৰত এটা হৈছে ২২২ টকাৰ প্লেন। এইটো ২৮ দিনৰ ভেলিডিটি প্লেন। ইয়াত জিঅ’ৰ পৰা জিঅ’লৈ ফ্ৰী কলৰ লগতে প্ৰতিদিনে 2GB ডাটা লাভ কৰিব। কিন্তু জিঅ’ৰ পৰা আন নেটৱৰ্কলৈ ১০০০ মিনিটহে কল কৰিব পাৰিব।

৩৩৩ টকাৰ প্লেনঃ

এইটো দুমাহৰ ভেলিডিটি প্লেন আৰু ইয়াতো গ্ৰাহকে প্ৰতিদিনে 2GB ডাটা লাভ কৰিব। ইয়াতো জিঅ’ৰ পৰা জিঅ’লৈ ফ্ৰী কলৰ লগতে জিঅ’ৰ পৰা আন নেটৱৰ্কলৈ ১০০০ মিনিটহে কল কৰিব পাৰিব।

৪৪৪টকাৰ প্লেনঃ

ইয়াত ভেলিডিটি তিনিমাহৰ থাকিব আৰু গ্ৰাহকে প্ৰতিদিনে 2GB ডাটা লাভ কৰিব। ইয়াতো জিঅ’ৰ পৰা জিঅ’লৈ ফ্ৰী কলৰ সুবিধা থাকিব আৰু জিঅ’ৰ পৰা আন নেটৱৰ্কলৈ গ্ৰাহকে প্ৰতিমাহে ১০০০ মিনিট কলৰ সুবিধা পাব।

কোম্পানীটোৱে জানিবলৈ দিয়ে যে উক্ত প্লেনৰ জৰিয়তে গ্ৰাহকক এছএমএছ আৰু এপছৰ ছাবস্ক্ৰিপশ্যন দিয়া হ’ব।

জিঅ’ৰ চলিত প্লেনত সৈতে নতুন প্লেনৰ তুলনা কৰিলে নতুন প্লেনত অধিক ডাটা লাভ কৰিব। কোম্পানীয়ে কৈছে যে এই প্লেনৰ জৰিয়তে গ্ৰাহকে ৮০ টকা বচাব পাৰে, কিয়নো পৃথকে IUC Top Upsৰ কাৰণে গ্ৰাহকে পইচা দিবলগীয়া হয় আৰু ১০০০ মিনিটৰ বাবে ৮০ টকা খৰচ হয়।

মুঠতে এই তিনিটা প্লেনত গ্ৰাহকৰ বাবে IUC Top Upsইয়াতেই একপ্ৰকাৰে লগ লগাই দিয়া হৈছে আৰু ডাটা বঢ়াই দিয়া হৈছে।

অৱশ্যে মন কৰিবলগীয়া কথাটো হ’ল যে এই প্লেনৰ ভিতৰত মাহটোত গ্ৰাহকে যদি অন্য নেটৱৰ্কলৈ ১০০০ মিনিটতকৈ অধিক কল কৰে তেতিয়াহ’লে গ্ৰাহকে পুনৰ IUC টপ্ আপ ভৰাব লাগিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd