• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তামুলপুৰত কৃষিত ৰাসয়নিক সাৰ প্ৰয়োগ সম্পৰ্কীয় সজাগতা সভা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
October 22, 2019 6:27 pm
244
VIEWS
Share on FacebookShare on Twitter

তামুলপুৰ মহকুমা সদৰত থকা ৰাজহুৱা প্ৰেক্ষাগৃহত বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত তথা ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেড আৰু ভাৰত চৰকাৰৰ সাৰ প্ৰয়োগ বিভাগৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে এখন সজাগতা সভা অনুষ্ঠিত হয়।

সভাৰ আৰম্ভণিতে বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ ভূমি বিজ্ঞান বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ কংকু ডেকাই কৃষিত ৰাসায়নিক সাৰৰ সুষম প্ৰয়োগ সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱাৰ লগতে জিলা কৃষি বিষয়া মৃগেন স্বৰ্গীয়াৰীয়ে কৃষিত সাৰ প্ৰয়োগ, কৃষকৰ ভূমি স্বাস্থ্যপত্ৰ, ঋণ মেলা সম্পৰ্কে আলোচনা কৰে।

আই আৰ চি কৃষি-ৰাসয়নিক কোম্পানীৰ বিষয়া সত্যেন তালুকদাৰে খেতি পথাৰত কৃষকে কি দৰে সাৰ প্ৰয়োগ কৰিব, কোনবিধ সাৰে কি উপকাৰ কৰিব তাৰ বিতং আলোচনা আগবঢ়ায় ৷ তামুলপুৰ উন্নয়ন খণ্ডৰ সম্প্ৰসাৰণ বিষয়া প্ৰনৱজ্যোতি ব্ৰহ্মইও সভাত বক্তব্য ৰাখে।

সজাগতা সভাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ ৰাসায়নিক সাৰ বিভাগৰ মন্ত্ৰীৰ ভাষ্য কৃষক সকলক প্ৰদৰ্শণ কৰা হয়।

আজিৰ এই সভাত বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া সুনীল কুমাৰ ভট্ৰচাৰ্য, কৃষি বিজ্ঞানী ক্ৰমে দেবজিৎ ডেকা, অমৃতা খাউণ্ড শৰ্মা, অম্বিকা চৰন শৰ্মা, জ্যোতিস্মিতা শৰ্মা, পাম পৰিচালক সীমান্ত দাসৰ লগতে প্ৰায় দুই শতাধিক কৃষকে অংশগ্ৰহণ কৰে।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd