• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১ লাখ কোটি টকাতকৈ অধিক টকাৰ বিনিয়োগৰ বাবে ২০০ খনতকৈ অধিক চুক্তি স্বাক্ষৰিত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2018 10:46 pm
Industry leader Mukesh Ambani, Reliance Group of Industries delevering lecture during inauguration ceremony of Advantage Assam Global Investor Summit in Guwahati
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সামৰণি পৰা এডভাণ্টেইজ আছাম শীৰ্ষক বিশ্ব বিনিয়োগকাৰী সন্মিলন সফল বুলি দাবী কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এটা বিবৃতিত মুখ্য মন্ত্ৰীজনে কয় যে ২০০ খনতকৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে, যাৰ জৰিয়তে ১ লাখ কোটি টকা বিনিয়োগ হোৱাৰ পথ মুকলি হৈছে।

উল্লেখযোগ্য যে অসম চৰকাৰৰ উদ্যোগত ৩ আৰু ৪ ফেব্ৰুৱাৰিত গুৱাহাটীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ উদ্যোগপতিসকলক লৈ এখন বিনিয়োগ সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলনৰ আজি সামৰণি পৰে। আজি সামৰণি অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰদান কৰে। তেওঁ সন্মিলনখন সম্পূৰ্ণ সফল বুলি দাবী কৰাৰ লগতে ইয়াক সফল কৰাৰ প্ৰচেষ্টাত টীম অসমৰ শলাগ লয়।

Apply Now

মুখ্য মন্ত্ৰীজনে কয় যে বিনিয়োগকাৰীসকলৰ সৈতে স্বাক্ষৰিত হোৱা বিভিন্ন চুক্তিয়ে ৰাজ্যখনত এক ঔদ্যোগিক বাতাবৰণ সৃষ্টি হোৱাত সহায় কৰিব। তেওঁ বিনিয়োগকাৰীসকলক সকলো ধৰণৰ সহায়-সহযোগিতা আগ বঢ়াবলৈ ৰাজ্যবাসীক আহ্বান জনায়। এই সন্মিলনখনে অসমৰ সৈতে আছিয়ান আৰু বিবিএন দেশ সমূহৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

আনহাতে সামৰণি অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে সন্মিলনখনক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টীম ভাৰত ধাৰণাৰ বহিঃপ্ৰকাশ বুলি উল্লেখ কৰে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন বুলিও অভিহিত কৰে।

আনহাতে চৰকাৰী সূত্ৰই সফলতা দাবী কৰিলেও বিভিন্ন পক্ষই সন্মিলনখনক লৈ প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে। আনকি ছ’চিয়েল মিডিয়াতো বহুতে ইয়াত চৰকাৰৰ ঢোলা পিতা স্বভাৱৰহে প্ৰতিফলন দেখা পোৱা বুলি মত ব্যক্ত কৰিছে।

ৰাজ্যখনৰ থকা উদ্যোগবোৰৰে অৱস্থা নথকা অৱস্থাত আৰু ৰাজ্যখন ইমানবোৰ সমস্যা জৰ্জৰিত হৈ থকা অৱস্থাত এই সন্মিলন চৰকাৰৰ ভুল পদক্ষেপ বুলি মন্তব্য কৰিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd