• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰূপজ্যোতি কুৰ্মী ৰিজেক্টেড, অভদ্ৰ ব্যক্তি; অৱশ্যে আমাৰ দলৰ দুৱাৰ খোলা আছে : তাচা

উত্তম শইকীয়া by উত্তম শইকীয়া
October 26, 2019 7:49 pm
7.2k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত আৰম্ভ হোৱা গান্ধী সংকল্প যাত্ৰাৰ আজি পুৱা বোকাখাত সমষ্টিৰ নুমলীগড়ৰৰ পৰা আৰম্ভ হৈ বোকাখাতত সামৰণি পৰে।

নুমলীগড়ৰ পৰা আৰম্ভ হোৱা এই পদ যাত্ৰাৰ নেতৃত্ব দিয়ে যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই।

প্ৰতিকূল বতৰতো দলীয় সদস্য আৰু সমৰ্থকৰ সৈতে যাত্ৰাত অংশগ্ৰহণ কৰি সাংসদ কামাখ্যা প্ৰসাদ তাচাই বিজেপি দলে হাতে কামে গান্ধীৰ আদৰ্শ ৰূপায়ণ কৰা বুলি দাবী কৰে।

বিজেপিৰ গান্ধী সংকল্প যাত্ৰাত কামাখ্যা প্ৰসাদ তাচা। ফটো নৰ্থ-ইষ্ট নাও

ইফালে সাংবাদিকে কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰসংগত সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে কয়, ‘ৰূপজ্যোতি কুৰ্মী এগৰাকী ৰিজেক্টেড ব্যক্তি। এনে ৰিজেক্টেড ব্যক্তিক দলত স্থান দিয়াতো মই নিবিচাৰো।’

‘ইমান অভদ্ৰ, ইমান অসামাজিক মানুহ বিজেপিত আহি টিকিব পাৰিব বুলি মই নাভাৱো। অৱশ্যে আমাৰ দলৰ দুৱাৰ খোলা আছে।’ তেওঁ লগতে কয়।

আজিৰ যাত্ৰাত অংশগ্ৰহণ কৰি গান্ধীৰ আদৰ্শক হাতে-কামে জনসাধাৰণৰ মাজলৈ নিয়াৰ বাবে এই যাত্ৰা কৰিছো বুলি মন্তব্য কৰি তেওঁ কয় যে গান্ধীৰ আদৰ্শৰ কথা কৈ বহুতে তেওঁক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰে।

বিয়লি বোকাখাতৰ নাট্যমন্দিৰ প্ৰাংগণত সামৰণি পৰা দলটোৰ গান্ধী সংকল্প যাত্ৰা তেওঁক সংগ দিয়ে ৰাজ্যিক সম্পাদক দেৱপ্ৰদীপ বৰা, কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সদস্য অনিমেশ শইকীয়া আৰু যুৱ মৰ্চাৰ কেন্দ্ৰীয় সদস্য আকাশ ফুকনৰ লগতে বিভিন্ন বিষয়ববীয়াই।

Recent News

ইউক্ৰেইনৰ ওপৰত শ শ ড্ৰ’ন নিক্ষেপ ৰাছিয়াৰ! ইখনৰ পিছত সিখনকৈ জ্বলি উঠিছে নগৰবোৰ

ইউক্ৰেইনৰ ওপৰত শ শ ড্ৰ’ন নিক্ষেপ ৰাছিয়াৰ! ইখনৰ পিছত সিখনকৈ জ্বলি উঠিছে নগৰবোৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত জনজাতীয় মানুহৰ মাটিৰ ওপৰত আটাইতকৈ বেছি আক্রমণ হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত জনজাতীয় মানুহৰ মাটিৰ ওপৰত আটাইতকৈ বেছি আক্রমণ হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

প*ৰ্ণ চাইটত শিশুৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত আৰু প্ৰচাৰ বাবে গ্ৰেপ্তাৰ এজন অভিযুক্ত

প*ৰ্ণ চাইটত শিশুৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত আৰু প্ৰচাৰ বাবে গ্ৰেপ্তাৰ এজন অভিযুক্ত

দিনৰ পিছত দিন যৌন নিৰ্যাতনৰ বলি; অভিযুক্তক হত্যা কৰি জ্বলাই দিলে মহিলাৰ দলে!

দিনৰ পিছত দিন যৌন নিৰ্যাতনৰ বলি; অভিযুক্তক হত্যা কৰি জ্বলাই দিলে মহিলাৰ দলে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd