• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিদ্যালয়, মহাবিদ্যালয়ত তাই ভাষা অন্তৰ্ভুক্তিৰ দাবী তাই আহোম যুৱ ছাত্ৰ সন্মিলনৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
October 28, 2019 4:52 pm
TAYCSA

ফটো : নৰ্থ-ইষ্ট নাও

4.7k
VIEWS
Share on FacebookShare on Twitter

তাই আহোম ভাষাটো বিদ্যালয়ৰ প্ৰাথমিক পৰ্যায়ৰ পৰা মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ দাবীত তাই আহোম যুৱ ছাত্ৰ সন্মিলনৰ লখিমপুৰ জিলা সমিতিয়ে আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

উত্তৰ লখিমপুৰত ৰূপায়ণ কৰা ধৰ্মঘট কাৰ্যসূচীত লখিমপুৰ জিলা সমিতিয়ে তেওঁলোকৰ ভাষাটো অৱহেলিত হৈ অহাৰ অভিযোগ তুলি তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে।

ধৰ্মঘট কাৰ্যসূচীৰ পাছত জিলা সমিতিয়ে উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে বুলিও জনায়।

মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত তেওঁলোকে প্ৰাথমিক পৰ্যায়ৰ পৰা মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত তাই ভাষাটো অন্তৰ্ভুক্ত কৰাৰ লগতে য়ুনিক’ডতো অন্তৰ্ভুক্তৰ দাবী জনায়।

উল্লেখ্য যে যোৱা মাহৰ ২৭ ছেপ্তেম্বৰত নাৰায়ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক এখন স্মাৰকপত্ৰৰ জৰিয়তে বিশ্ববিদ্যালয়খনত তাই আহোম ভাষাটো দুবছৰীয়া পাঠদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছিল। কিন্তু বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কোনো উত্তৰ নোপোৱাত সংগঠনৰ নেতৃবৃন্দ ক্ষুভিত হৈ পৰিছে।

উত্তৰ লখিমপুৰস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থকা জিলা সমিতিৰ সভাপতি চাও জয় জ্যোতি গগৈয়ে কয়, ‘অসম চৰকাৰে আমাৰ ভাষাটোৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে দাবী জনলো। নহ’লে অনাগত দিনত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম’।

ধৰ্মঘট কাৰ্যসূচীত সভাপতি গৰাকীৰ উপৰি সম্পাদকদ্বয় ক্ৰমে চাও অক্ষয় গগৈ আৰু চাও দুলু লাহনৰ লগতে বিভিন্ন কৰ্মকৰ্তা উপস্থিত থাকে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd