• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ধৰ্ষণৰ ফলত গৰ্ভৱতী হোৱা মহিলাৰ কেঁচুৱাক নদীলৈ দলিয়ালে ধৰ্ষণকাৰীৰ পত্নীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 3, 2019 8:38 am
Rape-accused-750x375

ধৰ্ষণ আৰু মাৰপিটৰ ঘটনাত অভিযুক্তকেইজনক আৰক্ষীয়ে থানালৈ নিয়ে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ চেপাহী জেলাৰ এগৰাকী মহিলা ধৰ্ষণৰ ফলত গৰ্ভৱতী হোৱাৰ পিছত মহিলাগৰাকীৰ কেঁচুৱাটোক ধৰ্ষণকাৰীৰ পত্নীয়ে নদীলৈ দলিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

জিলাখনৰ শ্ৰীমন্তপুৰ গাওঁখনৰ এই ঘটনাটোত ধৰ্ষিতা মহিলাগৰাকীক ১ নৱেম্বৰত গাওঁবাসীয়ে খুঁটাত বান্ধি লৈ মাৰপিট কৰি থকা অৱস্থাত আৰক্ষী আহি উদ্ধাৰ কৰে আৰু সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয়।

Apply Now

মহিলাগৰাকীয়ে চেপাহীজেলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত নিজৰ ভাষ্য লিপিবদ্ধ কৰাইছে। তেওঁ কয় যে তেওঁৰ নৱজাত কেঁচুৱাটো ধৰ্ষণকাৰী আনোৱাৰ হুছেইনৰ পত্নী আৰু তেওঁৰ পৰিয়ালৰ আন আন সদস্যই লগ লাগি নদীলৈ দলিয়াই দিয়ে।

তেওঁ জানিবলৈ দিয়ে, আনোৱাৰ হুছেইনে (৩৮) তেওঁক কেইবাদিন ধৰি ধৰ্ষণ কৰিছিল আৰু তাৰ ফলত তেওঁ গৰ্ভৱতী হয়। যোৱা ৮ অক্টোবৰত তেওঁ সোনামুৰা হস্পিটেলত এটা ল’ৰা সন্তান জন্ম দিয়ে।

মহিলাগৰাকীৰ স্বামী বিদেশত থাকে বাবে তেওঁ যোৱা চাৰে তিনি বছৰ ধৰি অকলে বাস কৰি আহিছে আৰু আনোৱাৰে সেই সুযোগত তেওঁৰ ঘৰলৈ আহি আহি তেওঁক ধৰ্ষণ কৰিছিল। বাধা দিলে হত্যাৰ ভাবুকি দিয়ে বুলি মহিলাগৰাকীয়ে দাবী কৰে।

আনহাতে, যেতিয়া তেওঁ আনোৱাৰৰ এই অপকৰ্মৰ বিষয়ে গাওঁ পঞ্চায়তক অৱগত কৰিছিল, পঞ্চায়তে বিচাৰ সভা পাতে। কিন্তু আশ্চৰ্য্যৰ কথাটো হ’ল, বিচাৰ সভাই হুছেইনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে মহিলাগৰাকীকহে দোষ দিয়ে।

আনকি মহিলাগৰাকীক ত্যাগ কৰিবলৈ মহিলাগৰাকীৰ স্বামীক হেঁচা দিয়া বুলিও অভিযোগ উঠিছে।

১ নৱেম্বৰত গাওঁবাসীয়ে মহিলাগৰাকীক ঘৰৰ পৰা উলিয়াই আনে আৰু পথৰ কাষত এটা খুঁটাত বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰে।

মহিলাগৰাকীয়ে মাৰপিটত গাৱঁৰ আন আনসকলৰ লগতে ধৰ্ষণকাৰী আনোৱাৰ, তেওঁৰ পত্নী ছাহেলা খাতুন আৰু পৰিয়ালটোৰ আন দুজন সদস্য আখটাৰ হুছেইন, ৰৌছানা বেগমো জড়িত আছে বুলি আৰক্ষীক জনায়।

আনোৱাৰৰ পত্নী আৰু তেওঁৰ পৰিয়ালৰ সদস্যই তেওঁৰ পৰা জোৰ কৰি কেঁচৱাটো লৈ যায় আৰু গোমতী নদীত দলিয়াই দিয়ে।

আৰক্ষীয়ে আনোৱাৰ হুছেইন, তেওঁৰ পত্নী ছাহেলা খাতুন আৰু পৰিয়ালটোৰ আন এজন সদস্য আখটাৰ হুছেইনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm
“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd