• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিন্তা নাই, সব সিদ্ধান্ত হ’ব অসমৰ স্বাৰ্থত ||নাগা আলোচনা-কাগজকল-এন আৰ এল

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2019 9:59 pm
Sonowal calls on PM Modi

বৃ্হস্পতিবাৰে মোদী-সোণোৱাল সাক্ষাতৰ ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মানুহক উৎকণ্ঠিত কৰি ৰখা বুলি চৰ্চিত “নাগা আলোচনা-কাগজকল-NRL”-এই সকলো বিষয়ৰে সিদ্ধান্ত হ’ব ৰাজ্যৰ স্বাৰ্থত, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে এই নিশ্চিতি দিছে।

নতুন দিল্লীত সাক্ষাৎকালত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মোদীয়ে এই নিশ্চিতি প্ৰদান কৰিছে।

Apply Now

“যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে অসমৰ ৰাইজৰ স্বাৰ্থ আৰু আশা কেন্দ্ৰই ৰক্ষা কৰিব,” মোদী-সোণোৱালৰ সাক্ষাতক লৈ মুখ্য মন্ত্ৰীৰ বিভাগীয় বিবৃতিত প্ৰকাশ।

বিবৃতিটোত কোৱা হৈছে, প্ৰস্তাৱিত নাগা শান্তি চুক্তিক লৈ অসমৰ জনমত সম্পৰ্কে সোণোৱালে প্ৰধান মন্ত্ৰীক অৱগত কৰিছে।

গৃহ মন্ত্ৰী অমিত শ্বাহকো বিষয়টো সন্দৰ্ভত সোণোৱালে একেদিনাই সাক্ষাৎ কৰিছে।

শ্বাহেও মুখ্য মন্ত্ৰীক প্ৰধান মন্ত্ৰীৰ অনুৰূপ নিশ্চিতিয়ে প্ৰদান কৰিছে।

তাৰোপৰি, জাগীৰোদ আৰু কাছাৰৰ কাগজ কল দুটা পুনৰ্জীৱনদান সম্পৰ্কেও মুখ্য মন্ত্ৰীয়ে মোদীৰ সৈতে বিস্তাৰিতভাৱে আলোচনা কৰা বুলি প্ৰকাশ।

“কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ কথা বিবেচনা কৰি মুখ্য মন্ত্ৰী সোণোৱালে মোদীক সেইসমূহৰ পুনৰ্জীৱনদানৰ পদক্ষেপ ল’বলৈ অনুৰোধ জনাইছে,” বিবৃতিত প্ৰকাশ।

ইফালে নুমলীগড় শোধনাগাৰ লিমিটেদক বৰ্তমানৰ দৰেই ৰাজহুৱা খণ্ডৰ উদ্যোগৰূপে বাহাল ৰাখিবলৈয়ো সোণোৱালে মোদীৰ লগতে শ্বাহকো অনুৰোধ জনাইছে।

প্ৰধান মন্ত্ৰীক অহা ১০ জানুৱাৰিত গুৱাহাটীত হ’ব লগা খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া উদ্বোধনৰ বাবে সোণোৱালে নিমন্ত্ৰণ জনাইছে।

শ্ংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানলৈকো প্ৰধান মন্ত্ৰীক সোণোৱালে নিমন্ত্ৰণ জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd