• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মমিনুল আৱাল : ৰাম মন্দিৰ নিৰ্মাণাৰ্থে ৫ লাখ টকা আগ বঢ়াব অসমৰ ইছলামধৰ্মী খিলঞ্জীয়া সংগঠনৰ মঞ্চই

"যিটো গৃহত নামাজ পঢ়া নহয়, সেই ঘৰটোৱে মচজিদৰ মৰ্য্যাদা হেৰুৱায়। বাবৰি মচজিদ বহু বছৰ ধৰি নামাজ পঢ়া হোৱা নাছিল।"

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 9, 2019 10:26 pm
Mominul Awal

মমিনুল আৱাল।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে গঠন হ’ব লগীয়া ট্ৰাষ্টলৈ ৫ লাখ টকা সাহায্য আগ বঢ়োৱাৰ কথা ঘোষণা কৰিছে ইছলামধৰ্মী খিলঞ্জীয়া সংগঠনৰ সমন্বয় মঞ্চ “জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসম”-এ।

অযোধ্যাৰ গোচৰটোৰ ৰায়দান ৰাম মন্দিৰৰ সপক্ষে যোৱাৰ পিছতে নৰ্থ-ইষ্ট নাওৰ আগত আজি এই কথা ঘোষণা কৰে বিজেপি নেতা মুমিনুল আৱালে।

Apply Now

“ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে যি ঐতিহাসিক ৰায় প্ৰদান কৰিলে তাক আমি আদৰণি জনাইছো, এই ৰায়ে দীৰ্ঘদিনীয়া বাধা আঁতৰালে আৰু ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আমাৰ তৰফৰ পৰা ৫ লাখ টকা আগ বঢ়াম”, আৱালৰ মন্তব্য।

বাবৰি মছজিদক ‘সাধাৰণ ঘৰৰ’ সৈতে তুলনা কৰি ইয়াত সুদীৰ্ঘ বছৰ ধৰি নামাজ পঢ়া হোৱা নাছিল বুলি আৱালে মন্তব্য কৰে।

ৰায়টোত কিছু সংখ্যক লোকে অসন্তুষ্টি প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়, “তেওঁলোকৰ প্ৰতি এটা অনুৰোধ ধৰ্মীয়ভাৱে এই বিষয়টোত কি আছে, সেই কথা জানিবলৈ ধৰ্মৰ গুৰুসকলৰ সৈতে আলোচনা কৰক।”

ইপিনে, এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ দিওঁতে মুখ্য ন্যায়াধীশক ‘চোৰৰ ৰক্ষক’ আখ্যা দিয়া মুমিনুল আৱালে এতিয়া সুৰ সলাই তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।

“এন আৰ চিৰ সময়ত ৰঞ্জন গগৈক সমালোচনা কৰিছিলো। এন আৰ চিৰ সময়ত তেওঁ আমাক যিমান দুখ দিলে, এজন অসম সন্তান হিচাপে তেওঁ দিয়া এই ৰায়ে তাতকৈ বেছি সুখ দিলে”, আৱালে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm
টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

August 17, 2026 6:28 pm
শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

August 17, 2026 5:52 pm
লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

August 17, 2026 5:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm
টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

August 17, 2026 6:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd