• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱাল বিৰাল তপস্বী, চিণ্ডিকেট চলাবলৈ দি ৰাসলীলাত ব্যস্ত আছে: কংগ্ৰেছ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 12, 2019 10:08 pm
Syndicate: Congress slams Assam CM Sonowal, BJP

কংগ্ৰেছ পতাকাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছে মঙলবাৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক “বিৰাল তপস্বী”ৰূপে অভিহিত কৰি কৈছে তেওঁ চিণ্ডিকেট চলাবলৈ দি নিজকে ৰাসত ব্যস্ত ৰাখিছে।

“তেওঁৰ ছত্ৰছায়াত ৰাজ্যত কয়লা, গৰু, পাণ, চুপাৰিৰ চিণ্ডিকেটৰাজ চলি আছে।…মুখ্য মন্ত্ৰীয়ে এফালে চিণ্ডিকেট চলাবলৈ দি কৃষ্ণভক্ত হৈ ৰাসলীলাতে ব্যস্ত আছে,” অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই গুৱাহাটীত সংবাদমেলত কয়।

Apply Now

মুখ্য মন্ত্ৰীক পোনপটীয়াকৈ সমালোচনা কৰি বিৰোধী নেতাজনে কয় যে অসমৰ চিণ্ডিকেট চক্ৰই এতিয়া চৰকাৰৰ লগতে বিজেপি দলৰো সমৰ্থন লাভ কৰিছে।

“বিজেপি দলৰো আশীৰ্বাদ লাভ কৰিছে চিণ্ডিকেট চক্ৰই। বিজেপি দলৰ সভাপতি ৰঞ্জিত দাসৰ আশীৰ্বাদ চিণ্ডিকেটৰ লগত নিহিত হৈ আছে। ইমানদিনে আমি ভাবি আহিছিলো মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ছত্ৰছায়াত কেন্দ্ৰীয় মন্ত্ৰীৰ আশীৰ্বাদত আৰু স্থানীয় বিধায়কৰ নেতৃত্বত মাৰ্ঘেৰিটা বা কৰিমগঞ্জত চিণ্ডিকেটৰাজ চলিছে,” ভট্টাচাৰ্য্যই কয়।

আত্মপক্ষৰ সমৰ্থনত “সুনীল গুৰুং” নামৰ এজন ব্যক্তিৰ নাম উল্লেখ কৰি কংগ্ৰেছ নেতাজনে কয় যে অসম চৰকাৰৰ খনি বিভাগে গুৰুং “কয়লাৰ চোৰাং ব্যৱসায়ত জৰিত” বুলি কৈছিল।

কিন্তু, ভট্টাচাৰ্য্যৰমতে, গুৰুং এতিয়া সভাপতি ৰঞ্জিত দাসৰ লগতে আন বহুকেইজন বিজেপি নেতাৰ “নয়নৰ মণি”।

গুৰুঙকে ধৰি মুঠ ১৯জন ব্যক্তিক কয়লা চোৰাং বেহাৰ লগত জৰিত বুলি খনি বিভাগে তিনিচুকীয়াৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰিছিল, ভট্টাচাৰ্য্যই কয়।

“গোচৰ দিয়াৰ পাছতো কিয় বৰ্তমানলৈকে প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই?”

মাৰ্ঘেৰিটাৰ সুনীল গুৰুঙে বিজেপিৰ ৰঞ্জিত দাস আৰু আন কেইগৰাকীমান বিধায়কৰ সৈতে উঠা ফটো ভট্টাচাৰ্য্যই সংবাদমেলত প্ৰদৰ্শন কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd