• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৃটিশ্ব ৰাজপৰিয়ালত যৌন কেলেংকাৰিৰ কঁপনি, ৰাজ কৰ্তব্য ত্যাগ ৰাজকুমাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 21, 2019 10:34 pm
Prince_Andrew_at_the_National_Memorial_Arboretum

প্ৰিন্স উইলিয়াম। ছবি-- উইকিমিদিয়া কমনছ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিউক অৱ ইয়ৰ্ক ৰাজকুমাৰ এন্দ্ৰুৱে যৌন কেলেংকাৰিজনিত অভিযোগৰ দুৰ্নামৰ বাবে ৰাজ কৰ্তব্য (royal duties)ৰ পৰা অব্যাহতি লৈছে।

এমেৰিকান আদালতত দোষী সাব্যস্ত হোৱা শেহতীয়াকৈ আত্মহত্যা কৰা মাৰ্কিন যৌনবেপাৰী জেফ্ৰি এপষ্টেইনৰ সৈতে এন্দ্ৰুৰ চিনাকিয়ে ইউ কেত ৰাজ পৰিয়ালত “গুৰুতৰ সমস্যা” সৃষ্টি কৰিছে।

Apply Now

আৰু সেই কথা স্বীকাৰ কৰি ৰাজকুমাৰ এন্দ্ৰুৱে ইউ কেৰ সম্ৰাজ্ঞী, মাক কুইন এলিজাবেথ-iiৰ পৰা অব্যাহতি বিচাৰিছিল আৰু ৰাণীয়ে তাত অনুমোদন জনাইছে।

ঘটনাটোৰ সময় খুব তাৎপৰ্য্যপূৰ্ণ। ইউ কেত অহা ডিচেম্বৰত সাধাৰণ নিৰ্বাচন আছে। ব্ৰেক্সিট বিতৰ্কই উত্তাল কৰি ৰখা ইউ কেৰ নিৰ্বাচনী বতৰৰ সংবাদ শিৰোনাম তৎক্ষণাত ৰাজপৰিয়ালে দখল কৰিছে।

১৯২৩ চনৰ পিছত এয়ে প্ৰথমবাৰৰ বাবে ইউ কেত আগতীয়া সাধাৰণ নিৰ্বাচন হ’বলৈ গৈছে।

ভূতৰ ওপৰত দানহৰ দৰে এমেৰিকান এপষ্টেইন স্কেন্দেলৰ “বলি” এগৰাকী ভাৰ্জিনিয়া জিআফ্ৰে (ভাৰ্জিনিয়া ৰবাৰ্টছ বুলিও জনাজাত) নামৰ মহিলাগৰাকীয়ে এন্দ্ৰুৰ নাম লৈছে।

ভাৰ্জিনিয়াই কৈছে, এপষ্টেইনৰ নিউ ইয়ৰ্ক চিটি আৰু লণ্ডনৰ ঘৰত ২০০১ চনত ১৭ বছৰীয়া ভাৰ্জিনিয়াৰ সৈতে ৰাজকুমাৰ এন্দ্ৰুৱে ছেক্স কৰিছিল।

কথাটো ৰাজকুমাৰ এন্দ্ৰুৱে অস্বীকাৰ কৰিছে আৰু এইক্ষেত্ৰত তদন্তকাৰী সংস্থাৰ সৈতে সহযোগিতা আগবঢ়াব বুলি কৈছে।

এপষ্টেইন স্কেন্দেলৰ তদন্ত কৰি আছে এফ বি আয়ে। বহুতে এতিয়া কৈছে এমেৰিকান তদন্তকাৰী সংস্থাটোৱে ৰাজকুমাৰ এন্দ্ৰুকো তদন্তত সাঙুৰিব লাগে।

A statement by His Royal Highness The Duke of York KG. pic.twitter.com/LfMFwMyhcb

— The Royal Family (@RoyalFamily) November 20, 2019

এন্দ্ৰুৱে ১৯৮৬ চনত বিয়া পাতিছিল চাৰা ফাৰ্গুছনক। তেওঁলোকৰ দুজনী ছোৱালী ৰাজকুমাৰী বিয়াত্ৰিছ আৰু ৰাজকুমাৰী ইউজিনি। ১৯৯৬ চনত তেওঁৰ বিবাহ বিচ্ছেদ ঘটিছিল।

৫৯ বছৰীয়া এন্দ্ৰু কুইন এলিজাবেথ আৰু প্ৰিন্স ফিলিপৰ তৃতীয় সন্তান আৰু দ্বিতীয় পুত্ৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd