• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিনেমাৰ কায়দাৰে বিয়াৰ প্ৰলোভন দি কুখ্যাত অপৰাধীক জালত পেলালে মহিলা আৰক্ষীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 1, 2019 8:52 am
arrest-750x375-1140x570

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন কুখ্যাত অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ বাবে হাবাথুৰি খাইছিল আৰক্ষী। কোনোমতেই ধৰিব পৰা নাছিল অপৰাধীজনক। অৱশেষত এক ব্যতিক্ৰমী পথ অৱলম্বন কৰিলে আৰক্ষীয়ে।

অপৰাধীজনৰ ফোন নম্বৰ সংগ্ৰহ কৰি এগৰাকী মহিলা আৰক্ষী বিষয়াৰ জৰিয়তে দিয়া হ’ল বিয়াৰ প্ৰস্তাৱ। এইদৰেই সফলতা আহিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অপৰাধীক।

Apply Now

চিনেমাৰ কাহিনীৰ দৰে এই ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ছট্টৰপুৰত।

বাতৰি অনুসৰি উত্তৰ প্ৰদেশৰ মহবা জিলাৰ বিজৌৰি গাঁওৰ বালকিষণ চৌবে নামৰ অপৰাধীজনৰ নামত হত্যাকে ধৰি মুঠ ১৬টা গোচৰ আছে।

চলিত বৰ্ষৰ আগষ্ট মাহত মধ্যপ্ৰদেশৰ নাওগাও অঞ্চলত তাৰ বিৰুদ্ধে এজন লোকক হত্যা কৰাৰ অভিযোগ উঠে। ইয়াৰ পাছতেই বালকিষণৰ সন্ধানত আৰক্ষীয়ে তালাচী অব্যাহত ৰাখে।

বহু প্ৰচেষ্টাৰ পাছতো আৰক্ষী সন্ধান লাভত ব্যৰ্থ হোৱাৰ পাছত বালকিষণক সন্ধান দিওঁতাক ১০ হাজাৰ টকাৰ পুৰষ্কাৰো ঘোষণা কৰে। কিন্তু ইয়াতো সফল নহ’ল আৰক্ষী।

ইয়াৰ মাজতে হঠাতে বালকিষণৰ মোবাইল নম্বৰ এটা আৰক্ষীৰ হাতত পৰে। সেইটো ট্ৰেক কৰি তাৰ গোপন ঘাটিৰ সন্ধান লাভ কৰে যদিও আৰক্ষীয়ে সেই স্থান গৈ পোৱাৰ পূৰ্বে সি পলায়ন কৰে।

প্ৰায় হতাশ হৈ পৰা আৰক্ষীৰ তদন্তকাৰী দলে অৱশেষত এটা অভিনৱ পন্থা গ্ৰহণ কৰে। আৰক্ষীয়ে জানিব পাৰে যে পলাতক অপৰাধী বালকিষণে বিয়াৰ কৰাবৰ বাবে ছোৱালী বিচাৰিছে।

এই খবৰ লাভ কৰাৰ পাছতে এগৰাকী মহিলা বিষয়াক টোপ হিচাপে ব্যৱহাৰ কৰে আৰক্ষীয়ে।

পৰিকল্পনা মতে দিল্লীৰ পৰা সংগ্ৰহ কৰা এখন ছীমকাৰ্ডৰ পৰা এদিন হঠাতে মহিলাগৰাকীয়ে ফোন কৰে। ফোন কৰি মহিলাগৰাকীয়ে কয় যে ভুলতে ফোনটো লাগি গ’ল। কিন্তু ইয়াৰ পাছতো ফোনটো কাটি নিদিলে বালকিষণে।

বালকিষাণে মহিলাগৰাকীৰ ঘৰ ক’ত জানিব বিচাৰে। চিকাৰ হাতত পৰাৰ ইংগিত লাভ কৰি তেওঁ নিজকে বুণ্ডেলখণ্ডৰ বাসিন্দা বুলি জনাই লগতে ক’লে যে কামৰ খাতিৰত বৰ্তমান দিল্লীতে থাকিবলৈ লৈছে। সিদিনা দুয়োজনে কিছু কথা পাতিলে।

ইয়াৰ পিছদিনাৰ পৰাই বালকিষণে ফোন কৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে দুয়োৰে মাজত ঘনিষ্ঠতা গঢ়ি উঠিল। সম্পৰ্ক গভীৰ হৈ পৰাৰ উপলব্ধি কৰি এদিন হঠাতে মহিলা আৰক্ষী বিষয়াগৰাকীয়ে বিয়াৰ প্ৰস্তাৱ দিলে।

লগে লগে ৰাজী হৈ গ’ল বালকিষাণ। দুয়োজনে আলোচনা কৰি মধ্যপ্ৰদেশৰ ছট্টৰপুৰৰ এটি মন্দিৰত বিয়া পতাৰ সিদ্ধান্ত ল’লে।

যোৱা বৃহস্পতিবাৰে পৰিকল্পনা অনুসৰি সেই মন্দিৰত দৰাৰ বেশত উপস্থিত হ’ল বালকিষণ। ইয়াতেই সাধাৰণ পোছাকত থকা আৰক্ষীয়ে বালকিষণক গ্ৰেপ্তাৰ কৰি আনি ভৰালে ৰঙাঘৰত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd