• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাবালিকাক খাদ্যত বাদাম দি পৰিৱেশন কৰি ৰেষ্টুৰেন্টে ভৰিলে ৩.৫লাখ টকাৰ জৰিমনা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 1, 2019 10:33 am
1_113019035334

প্ৰতিনিধিত্বমূলক ফটো

21.3k
VIEWS
Share on FacebookShare on Twitter

এগৰাকী নাবালিকা ছোৱালীক খাবলৈ দিয়া খাদ্যত বাদাম দি বিপদত পৰিল এখন ৰেষ্টুৰেন্ট। ব্ৰিটেইনৰ ৰাজধানী লণ্ডনৰ এখন ভাৰতীয় ৰেষ্টুৰেন্টত সংঘটিত হৈছে এই ঘটনা।

শুকান ফল (ড্ৰাই ফ্ৰুটছ)ৰ পৰা হোৱা এলাৰ্জীৰ কাৰণে ছোৱালীজনীৰ স্বাস্থ্যৰ অৱনতি ঘটাত স্থানীয় প্ৰশাসনে ৰেষ্টুৰেন্টখনৰ ওপৰত ৩ হাজাৰ ৭৬৭ পাউণ্ড অৰ্থাৎ প্ৰায় তিনি লাখ পঞ্চাশ হাজাৰ টকাৰ জৰিমনা বিহে।

ডেইলী মেইলৰ বাতৰি অনুসৰি ন্যুকছেলৰ সমীপৰ টাইনমাউথৰ এখন ভাৰতীয় ৰেষ্টুৰেন্ট “গুলছন’ত এগৰাকী ১৬বছৰীয়া ছোৱালী পৰিয়ালৰ সৈতে খোৱাৰ বাবে উপস্থিত হয়। তাত কৰ্মচাৰীসকলে তাইক তেওঁলোকৰ খাদ্য সজীৱ আৰু সুৰক্ষিত বুলি আশ্বাস দিয়ে।

ড্ৰাইফুটছৰ পৰা এলাৰ্জী হোৱাৰ কাৰণে ছোৱালীজনীয়ে খোৱাৰ পাছতেই জিভাত জিনজিননি আৰু জ্বলন আৰম্ভ হয়। লগে লগে ছোৱালীজনীক নৰ্থ টাইনছাইড জেনেৰেল হাস্পাতলত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়।

ঘটনাটোৰ তদন্ত কৰিবলৈ উপস্থিত হোৱা স্থানীয় প্ৰশাসনৰ খাদ্য সুৰক্ষা বিষয়াই যেতিয়া খাবলৈ দিয়া “চিকেন কাৰী’ৰ অৱশিষ্ট পৰীক্ষণ কৰে, তাত বাদামৰ প্ৰ’টিন থকাটো ধৰা পৰে যাৰ বাবে ছোৱালীজনীৰ স্বাস্থ্যৰ অৱনতি ঘটে।

ৰেষ্টুৰেন্টত শিশুক ভ্ৰান্ত ব্যাখ্যা দি খাদ্য পৰিৱেশন কৰা আৰু কেইটামান অৱহেলা-অসাৱধানতা অৱলম্বন কৰাৰ অভিযোগত প্ৰশাসনে গুলছন ৰেষ্টুৰেন্টক প্ৰায় চাৰে তিনি লাখ টকাৰ জৰিমনা বিহে।

Recent News

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd