• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনতা ভৱনত স্থাপন কৰা হ’ব ছ্যুকাফাৰ প্ৰতিমূৰ্তি: মুখ্য মন্ত্ৰী সোণোৱাল

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্বৰ্গদেউগৰাকীৰ নামত প্ৰতিষ্ঠা কৰা হ’ব এখন আসন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 3, 2019 7:49 am
Story-10-1140x570

স্বৰ্গদেউ চাওলুং ছ্যুকাফালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মুখ্য মন্ত্ৰী সোণোৱালে।

3.9k
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে কয় যে চাওলুং ছ্যুকাফাৰ এটা প্ৰতিমূৰ্তি জনতা ভৱনত স্থাপন কৰা হ’ব আৰু সেইদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্বৰ্গদেউগৰাকীৰ নামত এখন আসন প্ৰতিষ্ঠা কৰা হ’ব।

অসম দিৱস উপলক্ষে যোৰহাটত এখন জনসভাত ভাষণ দি সোণোৱালে কয় যে অসমৰ বুৰঞ্জীত বৃহত্তৰ অসম গঠনত চাওলুং ছ্যুকাফাৰ বৰঙণি অতুলনীয়।

সোণোৱালে অসমৰ জনসাধাৰণক অখন শক্তিশালী অসম গঢ়াৰ বাবে ছ্যুকাফাৰ আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান জনায়।

‘’স্বৰ্গদেউ  চাওলুং ছ্যুকাফা বৃহত্তৰ অসমীয়া সমাজৰ নিৰ্মাতা আছিল। তেওঁ তেওঁৰ সমন্বয়, একতা আৰু সম্প্ৰীতিৰ নীতিৰে এখন বিশাল আৰু সমৃদ্ধিশালী অসমৰ ভেটি গঢ়িছিল।

‘’প্ৰকৃততে, অসমীয়াই অতীতত তেওঁলোকৰ শত্ৰুৰ বিৰুদ্ধে প্ৰতিটো প্ৰত্যাহ্বানকে সফলতাৰে প্ৰতিৰোধ কৰিছিল আৰু ইয়াৰ পৰিচয়ৰ প্ৰতি অহা প্ৰতিটো ভাবুকিয়ে ইয়াত কোনো খোপনি পুতিব পৰা নাছিল,’’-ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰীগৰাকীয়ে কয়।

সোণোৱালে যুৱ প্ৰজন্মক স্বৰ্গদেউ  চাওলুং ছ্যুকাফাৰ জীৱন আৰু কৰ্মৰ বিষয়ে বিতং অধ্যয়নৰ বাবে আহ্বান জনায়।

‘’ভৱিষ্যতে স্বৰ্গদেউ  চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ বিকাশৰ বাবে অধিক পদক্ষেপ গ্ৰহণ কৰা হ’ব,’’-মুখ্য মন্ত্ৰীয়ে কয়।

তেওঁ লগতে কয় যে ৪২গৰাকী আহোম স্বৰ্গদেউৰ চহকী স্মৃতি সংৰক্ষণৰ বাবে চৰাইদেওত  স্বৰ্গদেউ  চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ স্থাপনৰ উপৰি চৰাইদেও মৈদাম স্থলীক “বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ৰ স্বীকৃতিৰ বাবে পদক্ষেপ চলাই থকা হৈছে।

মুখ্য মন্ত্ৰী সোণোৱালে লগতে ৰাজ্য চৰকাৰে স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ নামত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এখন আসন আৰু জনতা ভৱনৰ চৌহদত এটা বৃহৎ প্ৰতিমূৰ্তি স্থাপনৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিষয়ে সদৰী কৰে।

ইয়াৰ পূৰ্বে পুৱাৰ ভাগত মুখ্য মন্ত্ৰী সোণোৱালে স্বৰ্গদেউ  চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰত স্বৰ্গদেউ  চাওলুং ছ্যুকাফাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়ায়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd