• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেব পাছ কেন্দ্ৰীয় কেবিনেটৰ, দিল্লীত প্ৰতিবাদ

অবৈধ বিদেশীৰ বিৰুদ্ধে যুঁজি ’৭০ৰ দশকত আমি আমাৰ মানুহ হেৰুৱাইছো: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

এন ই নাও নিউজ by এন ই নাও নিউজ
December 4, 2019 7:24 pm
Union Cabinet passed CAB, AASU burns papers in New Delhi

আছু আৰু অন্যান্য সংগঠনৰ বিধেয়কবিৰোধী প্ৰতিবাদ, বুধবাৰে, নতুন দিল্লীত। ছবি-- নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰেন্দ্ৰ মোদী কেবিনেটে বুধবাৰে নাগৰিকত্ব বিধেয়কত অনুমোদন জনোৱাৰ পিছতে আছুকে ধৰি অসমৰ আঠটা সংগঠনে নতুন দিল্লীত কেবৰ প্ৰতিলিপি দাহ কৰে।

অসম ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয় যে কোনোপধ্যেই তেওঁলোকে বিধেয়কখন গ্ৰহণ নকৰে।

Apply Now

“বিদেশীৰ বিৰুদ্ধে যুঁজি ’৭০ৰ দশকত আমি আমাৰ মানুহ হেৰুৱাইছো। এতিয়া অবৈধ হিন্দু বাংলাদেশীক সাংবিধানিক সুৰক্ষা দিয়া আইন এখন আমি কেনেকে গ্ৰহণ কৰিম,” ভট্টাচাৰ্য্যই কয়।

ভট্টাচাৰ্য্যই কয় যে গৃহ মন্ত্ৰী শ্বাহক এই স্থিতি স্পষ্ট কৰি দিয়া হৈছে।

“আমি গৃহ মন্ত্ৰীক স্পষ্টকৈ কৈছো যে অসমে কোনো মূল্যৰ বিনিময়তে কেব গ্ৰহণ নকৰে,” ভট্টাচাৰ্য্যই নৰ্থইষ্ট নাওক জনায়।

“বিধেয়কখন অসম চুক্তিৰ মূল নীতিৰ বিৰোধী।”

শ্বাহে বিধেয়কখনক লৈ মঙলবাৰে আছুৰ সৈতে দিল্লীত আলোচনাত বহিছিল।

বৈঠকৰ পিছতে প্ৰকাশিত বক্তব্যত স্পষ্ট হৈছিল যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ বিধেয়ক গ্ৰহণত পিছ নপৰে।

ইফালে কেন্দ্ৰৰ স্থিতি স্পষ্ট হোৱাৰ পিছতে আছুৱে বৃহস্পতিবাৰে গুৱাহাটীৰ শ্বহীদ ন্যাসত এক জৰুৰী কাৰ্য্যনিৰ্বাহক বৈঠক আহ্বান কৰিছে।

আছুৰ এজন শীৰ্ষ নেতাই জনোৱামতে, উক্ত বৈঠকতে বিধেয়কক লৈ তেওঁলোকে পৰৱৰ্তী কাৰ্য্যপন্থা নিৰ্ধাৰণ কৰিব।

বিধেয়কখন অহা ৯ আৰু ১০ ডিচেম্বৰত ক্ৰমে লোক সভা আৰু ৰাজ্য সভাত কেন্দ্ৰই উত্থাপন কৰিব বুলি বাতৰিত প্ৰকাশ।

বিধেয়খন গ্ৰহণৰ “ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি” দিয়া বিজেপিয়ে কেব উত্থাপনৰ সময়ত দলৰ সকলো সাংসদকে সদনত উপস্থিত থকাৰ নিৰ্দেশ দিছে।

মোদী কেবিনেটৰ অনুমোদনৰ পূৰ্বে মঙলবাৰে বিজেপিৰ সংসদীয় গোটৰ বৈঠকতো বিষয়টো গুৰুত্বসহকাৰে আলোচনা হৈছে।

বিজেপিৰ সংসদীয় উপ দলপতি ৰাজনাথ সিঙে বিধেয়কখন জম্মু-কাশ্মীৰ বিষয়ক সংবিধানৰ ৩৭০নং অনুচ্ছেদ “বাতিল”ৰ দৰেই অতি গুৰুত্বপূৰ্ণ বুলি সাংসদসকললৈ বাৰ্তা প্ৰেৰণ কৰিছে।

বিজেপি মিত্ৰ অসম গণ পৰিষদক বাদ দি অসমৰ বিধেয়কবিৰোধী দল-সংগঠনসমূহে এতিয়াও তেওঁলোকৰ পূৰ্বৰ স্থিতি বজাই ৰাখিছে।

আন এক সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিধেয়কৰ বিৰুদ্ধে “মহাসংগ্ৰাম”ৰ আহ্বানেৰে বৃ্হস্পতিবাৰে গুৱাহাটীত প্ৰতিবাদ কৰাৰ কথা।

লগতে পঢ়ক– কেব উত্থাপনৰ সময়ত সদনত থকাৰ নিৰ্দেশ সকলো বিজেপি সাংসদক, ক্ষুব্ধ মোদী

লগতে পঢ়ক– গৃহ মন্ত্ৰী শ্বাহৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান, কেব বিৰোধিতাত অটল কংগ্ৰেছ

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd