• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংসদৰ কেন্টিনত ভিআইপিৰ বাবে সস্তা খাদ্যসম্ভাৰৰ দিন উকলিল; বন্ধ ৰাজসাহায্য

এন ই নাও নিউজ by এন ই নাও নিউজ
December 5, 2019 8:33 pm
467067-parliament
733
VIEWS
Share on FacebookShare on Twitter

সংসদৰ কেন্টিনৰ পৰা ৰাজসাহায্য সম্পূৰ্ণৰূপে উঠাই দিয়া হ’ব। বিজনেছ এডভাইজেৰী কমিটি (বি এ চি)ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

প্ৰতি বছৰে ১৭ কোটি টকা ৰাজসাহায্যৰ নামত ব্যয় কৰা হয়। সংসদত সাংসদসকলে লাভ কৰা সকলো ৰাজসাহায্য বন্ধ কৰাৰ বাবে অধ্যক্ষই সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে।

সকলো ৰাজনৈতিক দলে সন্মতি দিছে যে সংসদ ভৱনৰ কেন্টিনত লাভ কৰা ৰাজসাহায্য বন্ধ কৰা হওক।

এই সন্দৰ্ভত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে সংসদৰ কেন্টিনত প্ৰদান কৰা ৰাজসাহায্য ৫ডিচেম্বৰ,২০১৯’ৰ পৰা তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ বন্ধ কৰি দিয়া হৈছে।

বিজনেছ এডভাইজেৰী কমিটিৰ বৈঠকত সকলো দলৰ সাংসদৰ সন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এতিয়া কেন্টিনত খোৱাৰ দৰ খাদ্যসম্ভাৰ অনুযায়ী নিৰ্দ্ধাৰিত হ’ব। বিগত লোকসভাত কেন্টিনৰ খোৱাবস্তুৰ দৰ বৃদ্ধি কৰি ৰাজসাহায্যৰ পৰিমান হ্ৰাস কৰা হৈছিল। এতিয়াৰ পৰা কোনো ৰাজসাহায্য নাথাকিব।

সংসদ ভৱনত বছৰি খোৱাৰ বিল ১৭ কোটি টকা হয়। সংসদৰ এই ৰাজসাহায্য সম্পূৰ্ণৰূপে বন্ধ হ’ব।

লোকসভাত ৫৪৫ গৰাকী সাংসদ থকাৰ লগতে ৰাজ্যসভাত আছে ২৪৫গৰাকী সাংসদ।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd