• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নলবাৰীত অগপৰ ২০খন আঞ্চলিকৰ “কেব”ৰ বিৰোধিতাত প্ৰস্তাৱ লৈ কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ

নলবাৰীত দলৰ মাজৰ পৰাই আৰম্ভ হ’ল “অতুল বৰা গ’ বেক” অভিযান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 7, 2019 9:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অগপৰ ২০খন আঞ্চলিকে একেলগে দৃষ্টান্তমূলক স্থিতিৰে দলটোৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ মুৰ্দাবাদ ধ্বনি দিয়ে।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কৌশলী স্থিতি লোৱা দলটোৰ শীৰ্ষস্থানৰ আৰু মন্ত্ৰীসভাত মন্ত্ৰিত্ব লৈ থকা তিনিজন নেতা ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে।

আজি আঞ্চলিক দলটোৰ নলবাৰী সমষ্টিৰ সমিতিখন নতুনকৈ গঠন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত সভাত এই অভাৱনীয় ঘটনাটো ঘটে।

কমিটী গঠনৰ পূৰ্বেই সমবেত কৰ্মীসকলে “অতুল বৰা গ’ বেক, অতুল বৰা মুৰ্দাবাদ, কেশৱ মহন্ত মুৰ্দাবাদ, ফণীভূষণ চৌধুৰী মুৰ্দাবাদ” ধ্বনিৰে সভাগৃহ উত্তাল কৰি তোলে।

দলটোৰ শীৰ্ষ নেতৃত্ব বিতৰ্কিত বিধেয়কখনৰ সমৰ্থনত থিয় হোৱাক লৈ তেওঁলোকে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। তিনিওজনকে “বিজেপিৰ ভৰি চেলেকা নেতা আৰু দলটোৰ পৰা ওলাই যাওক” বুলিও তৃণমূলৰ কৰ্মীসকলক ধ্বনি দিয়া শুনা যায়।

সভাত সমবেত গোটেই ২০খন আঞ্চলিকৰ নেতা-কৰ্মীয়ে “কেব”ৰ স্পষ্ট বিৰোধিতা কৰে আৰু উপস্থিত জিলাৰ নেতৃত্বক কেবৰ বিৰোধিতা কৰি প্ৰস্তাৱ ল’বলৈ হেঁচা দিয়ে।

প্ৰথমে জিলাৰ নেতৃত্ব সন্মত হোৱা নাছিল যদিও তৃণমূল কৰ্মীৰ দৃঢ় স্থিতিত সেয়া মানি লৈ প্ৰস্তাৱ লিখা হয় আৰু জিলাৰ সভাপতি আনন্দ ৰাজবংশীয়ে স্বাক্ষৰ কৰে।

প্ৰস্তাৱটো কেন্দ্ৰীয় কমিটীৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা দিলীপ পাটগিৰীৰ হাতত কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা হয়।

আনহাতে এই সভাখনলৈ গুৱাহাটীৰ পৰা গৈ থকাৰ বাটতে কেন্দ্ৰীয় কমিটীৰ প্ৰতিনিধিক আছুৱে আগচি ধৰে।

আছুৱে বাটত আগচি ধৰিবলৈ ৰৈ আছে বুলি জানিব পাৰি গুৱাহাটীৰ পৰা গৈ থকা কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বাটৰ পৰাই ঘূৰে।

তাৰ পিছত দিলীপ পাটগিৰীক পঠোৱা হয় যদিও তেওঁক আছুৱে এম এন চি মহাবিদ্যালয়ৰ সন্মুখত আগচি ধৰি বিভিন্ন প্ৰশ্নেৰে জবাবদিহি কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd