• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নলবাৰীত আছুৰ ৰোষত অগপ নেতা, ক’লে অতুল বৰাৰ বক্তব্য দলৰ নহয়

এন ই নাও নিউজ by এন ই নাও নিউজ
December 7, 2019 10:11 pm
CAB: Atul Bora's opinion not party decision, AGP spokesperson tells AASU workers

নলবাৰীত আছু কৰ্মীৰ ৰোষত অগপ মুখপাত্ৰ দিলীপ পাটগিৰী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰ নাগৰিকত্ব বিধেয়ক গ্ৰহণৰ বাবে সাজু হোৱাৰ লগে লগে আছুৱে শনিবাৰে উজনিৰ পৰা নামনিলৈকে সমগ্ৰ অসমজুৰি শাসকীয় নেতাক খেদা ধৰা দেখা গৈছে।

নলবাৰীত এক সভাত ভাগ ল’বলৈ যোৱা অগপৰ মুখপাত্ৰ দিলীপ পাটগিৰীক আছুকৰ্মীয়ে চহৰৰ পৰা পিছ লৈ আহি বিদ্যাপুৰত আবদ্ধ কৰে।

Apply Now

কেইবাশও আছুকৰ্মীয়ে পথতে আবদ্ধ কৰা নেতাজন বিধেয়কবিৰোধীসকলৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হয়।

ছাত্র সন্থাৰ দলে তেখেতৰ বাহনত আগুচি ধৰি নিলাজ মন্ত্ৰী অতুল বৰা হায় হায়, জাতিৰ দালাল অতুল বৰা হায় হায়, দিল্লীৰ ওচৰত আঁঠু লোৱা অতুল বৰা হুঁচিয়াৰ, কেবৰ সমৰ্থনত থিয় দিয়া মন্ত্ৰী অতুল-কেশৱ-ফণী হায় হায় আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰে।

প্ৰতিবাদকাৰীসকলে পথৰ ওপৰতে বিধেয়ক সম্বন্ধত অগপ মুখপাত্ৰজনৰ স্পষ্টীকৰণ বিচাৰে।

“অতুল বৰাৰ ভাষ্য দলীয় ভাষ্য নহয়। কেব বিৰোধিতাত দলৰ স্থিতি অটল আছে,” দিলীপ পাটগিৰিয়ে আছুকৰ্মীসকলক জনায়।

ইফালে আছুৰ ক্ষোভৰ উমান পাই দলটোৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আদবাটৰ পৰাই গুৱাহাটীলৈ উভটি যায়।

ইফালে নলবাৰীত অগপৰ ২০খন আঞ্চলিকে কেব বিৰোধিতাৰ প্ৰস্তাৱ লৈ পাটগিৰীৰ জৰিয়তে কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছে।

আঞ্চলিক দলটোৰ নলবাৰী সমষ্টিৰ সমিতিখন নতুনকৈ গঠন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত সভাতে এই প্ৰস্তাৱ লোৱা হয়।

অগপৰ ২০খন আঞ্চলিকে একেলগে দলটোৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ মুৰ্দাবাদ ধ্বনি দিয়ে।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কৌশলী স্থিতি লোৱা দলটোৰ শীৰ্ষস্থানৰ আৰু মন্ত্ৰীসভাত মন্ত্ৰিত্ব লৈ থকা তিনিজন নেতা ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd