• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুলীয়াজানত পথচ্যুত ৰে’ল: অসমত ১৯খন ট্ৰেইনৰ পথ পৰিৱৰ্তন, বাতিল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2019 5:28 pm
NF Railway: Train running affected in Assam due to derailment of goods train

ভাৰতীয় ৰে’ল। ছবি সৌজন্য- টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে পুৱা প্ৰায় ৬.৪০ বজাত তিনিচুকীয়া সংমণ্ডলত নাহৰকটীয়া আৰু দুলীয়াজান ষ্টে’চনৰ মাজত মালবাহী ৰে’ল এখন পথচ্যুত হৈছে।

ফলত তিনিচুকীয়া-নামৰূপ-শিমলুগুৰি (মেইনলাইন)ৰ মাজত ৰে’ল চলাচল বন্ধ হৈ পৰিছে।

এন এফ ৰেলৱেই অসমত ১৯খন ৰে’লৰ যাত্ৰাপথ পৰিৱৰ্তন/ বাতিল কৰিছে।

এন এফ ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দাই এই কথা সদৰী কৰিছে।

Goods train derailed near Duliajan station under Tinsukia division of NFR. As a result some trains have been diverted. ART is already at site. Restoration work is on. pic.twitter.com/63k5O1V2X9

— N. F. Railway (@RailNf) December 8, 2019

যাত্ৰাপথ পৰিৱৰ্তন/ বাতিল হোৱা ৰে’লসমূহ–  

১. 14056 দিল্লী-ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ মেইল/ যাত্ৰাৰম্ভ 05.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন–ডিব্ৰুগড় হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

২. 14056 দিল্লী-ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ মেইল/ যাত্ৰাৰম্ভ 06.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন–ডিব্ৰুগড় হৈ যাত্ৰা পৰিৱৰ্তন কৰা হৈছে।

৩. 14055 ডিব্ৰুগড়-দিল্লী ব্ৰহ্মপুত্ৰ মেইল/ যাত্ৰাৰম্ভ 08.12.19/ ডিব্ৰুগড়-শিৱসাগৰ টাউন– শিমলুগুৰি হৈ যাত্ৰা পৰিৱৰ্তন কৰা হৈছে।

৪. 12423 ডিব্ৰুগড়—নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 08.12.19 / ডিব্ৰুগড়-শিৱসাগৰ টাউন-শিমলুগুৰি হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

৫. 12424 নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 07.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড় হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

৬. 15930 ডিব্ৰুগড়-তাম্বাৰাম এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 08.12.19/ ডিব্ৰুগড়-শিৱসাগৰ টাউন-শিমলুগুৰি হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

৭. 15959 হাওৰা-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 07.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড় হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

৮. 15603 গুৱাহাটী-লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 07.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড়-লিডু হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

৯. 15941 ঝাঝা-ডিব্ৰুগড় এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 06.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড় হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

১০. 15909 ডিব্ৰুগড়-লালগড় অৱধ আছাম এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 08.12.19/ ডিব্ৰুগড়-শিৱসাগৰ টাউন-শিমলুগুৰি হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

১১. 15929 তাম্বাৰাম-ডিব্ৰুগড় এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 05.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড় হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

১২. 15910 লালগড়—ডিব্ৰুগড় অৱধ আছাম এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 05.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড় হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

১৩. 15604 লিডু-গুৱাহাটী ইণ্টাৰ্চিটি এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 08.12.19/ লিডু-ডিব্ৰুগড়-শিৱসাগৰ টাউন-শিমলুগুৰি হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

১৪. 15967 ৰঙিয়া-ডিব্ৰুগড় ইণ্টাৰচিটি এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 08.12.19/ ডিব্ৰুগড়-শিৱসাগৰ টাউন-শিমলুগুৰি হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

১৫. 15960 ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 08.12.19/ ডিব্ৰুগড়-শিৱসাগৰ টাউন-শিমলুগুৰি হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

১৬. 13282 ৰাজেন্দ্ৰনগৰ—নিউ তিনিচুকীয়া এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 07.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড়-নিউ তিনিচুকীয়া হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

১৭. 55901 লামদিং-তিনিচুকীয়া পেছেঞ্জাৰ/ যাত্ৰাৰম্ভ 08.12.19/ মৰিয়নি আৰু তিনিচুকীয়াৰ মাজত আংশিকভাৱে বাতিল থাকিব।

১৮. 55902 তিনিচুকীয়া-লামদিং পেছেঞ্জাৰ/ যাত্ৰাৰম্ভ 08.12.19/ মৰিয়নিৰ পৰা চলিব আৰু মৰিয়নি আৰু তিনিচুকীয়াৰ মাজত বাতিল থাকিব।

১৯. 55914 তিনিচুকীয়া-যোৰহাট টাউন পেছেঞ্জাৰ/ যাত্ৰাৰম্ভ 08.12.19/ বাতিল থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm
আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

August 17, 2025 3:55 pm
‘আস্থাভিত্তিক শাসন’ নে ‘অপৰাধীক সুৰক্ষা প্ৰদানৰ কৌশল! লোকসভাত উত্থাপন হ’ব জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৫

‘আস্থাভিত্তিক শাসন’ নে ‘অপৰাধীক সুৰক্ষা প্ৰদানৰ কৌশল! লোকসভাত উত্থাপন হ’ব জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৫

August 17, 2025 3:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm
আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd