• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেবৰ বিৰুদ্ধে শিৱসাগৰত সদৌ অসম মটক ছাত্ৰ সন্থাৰ উলংগ প্ৰতিবাদ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
December 8, 2019 8:45 pm
603
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ চাৰিওফালে কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে আজি সন্ধিয়া শিৱসাগৰত সদৌ অসম মটক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

শিৱসাগৰৰ দ’লমুখ চাৰিআলিত ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম মটক ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ তিনিগৰাকী সদস্যই সম্পূৰ্ণ উলংগ হৈ বিধেয়কৰ বিৰুদ্ধে ওলাই আহে।

প্ৰতিবাদস্থলীত সংগঠনটোৰ সদস্যসকলে ‘বিজেপি গ’ বেক, আৰ এছ এছ গ’ বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, জয় আই অসম’ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

উলংগ প্ৰতিবাদ কৰা যুৱক কেইগৰাকীয়ে কয়, ‘বিজেপি চৰকাৰৰ বাবে আজি আমি উলংগ হবলৈ বাধ্য হলো। যদি বিজেপি চৰকাৰে কেব গৃহীত কৰে অসম ৰাঙলী হ’ব। ইয়াৰ পিছতো যদি এই বিল গৃহীত কৰে তেন্তে পুনৰ শৰাইঘাটৰ ৰণৰ বাবে বিজেপিক সাজু থাকক।’

পিছত আৰক্ষী প্ৰতিবাদস্থলীত উপস্থিত হৈ উলংগ প্ৰতিবাদ কৰা যুৱক কেইজনক আটক কৰি শিৱসাগৰ সদৰ থানালৈ লৈ যায়।

Recent News

পথৰ কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ! বন্ধুৱে কৰা ভিডিঅ’ৰ ভিত্তিত গ্ৰেপ্তাৰ এজন যুৱক

পথৰ কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ! বন্ধুৱে কৰা ভিডিঅ’ৰ ভিত্তিত গ্ৰেপ্তাৰ এজন যুৱক

এইগৰাকী ৰাষ্ট্ৰপতিক ধৰি আনি দিলেই দিব ৪০০ কোটি টকাৰ পুৰস্কাৰ! কিয় ইমান খং ট্ৰাম্পৰ?

এইগৰাকী ৰাষ্ট্ৰপতিক ধৰি আনি দিলেই দিব ৪০০ কোটি টকাৰ পুৰস্কাৰ! কিয় ইমান খং ট্ৰাম্পৰ?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

জাননী অবিহনে কাৰো নাম আঁতৰ কৰা নহ’বঃ বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পৰ্কত নিৰ্বাচন আয়োগ

জাননী অবিহনে কাৰো নাম আঁতৰ কৰা নহ’বঃ বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পৰ্কত নিৰ্বাচন আয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd