• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেবৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে বাতিল হ’ব পাৰে জাপানৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2019 11:21 am
modi-abe-750x375

শ্বিন' আবে আৰু নৰেন্দ্ৰ মোদী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাপানৰ প্ৰধান মন্ত্ৰী শ্বিন’ আবেই অহা দেওবাৰৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত ভ্ৰমণ বাতিল কৰাৰ কথা বিবেচনা কৰি আছে।

জাপানৰ জিজি প্ৰেছে এই বাতৰি প্ৰকাশ কৰিছে।

Apply Now

জাপানৰ প্ৰধান মন্ত্ৰী আবে আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত বৈঠক অনুষ্ঠিত হ’বলগীয়া গুৱাহাটীত বৰ্তমান নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদে এক ভয়াবহ ৰূপ ধাৰণ কৰিছে।

বুধবাৰৰ পৰা হিংসাত্মক ৰূপ লোৱা প্ৰতিবাদী আন্দোলনটোত এতিয়ালৈকে তিনিজন লোক নিহত হোৱাৰ লগতে আন বহুকেইজন লোক আহত হৈছে।

ইপিনে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে বৃহস্পতিবাৰে নতুন দিল্লীত কয়,’’আমাৰ হাতত দিবলৈ বৰ্তমান কোনো নতুন বাৰ্তা নাই।‘’

বিগত সপ্তাহত মুখপাত্ৰ ৰবীশ কুমাৰে ঘোষণা কৰিছিল যে জাপানৰ প্ৰধান মন্ত্ৰী আবে আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত ডিচেম্বৰৰ ১৫ আৰু ১৭ তাৰিখে বৈঠকখন অনুষ্ঠিত হ’ব। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া বৈঠকখনৰ বাবে চৰকাৰে ব্যাপক প্ৰস্তুতি চলাইছিল।

বৈঠকৰ স্থান সলনি হোৱা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কুমাৰে জনায় যে তেওঁ এই বিষয়ত কোনো কথা স্পষ্ট কৰিবলৈ নাই কিয়নো তেওঁৰ হাতত কোনো খৱৰ নাই।

জাপানৰ এটা দল বুধবাৰে গুৱাহাটীত প্ৰস্তুতিৰ বুজ ল’বলৈ উপস্থিত হৈছিল আৰু তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিতে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে মূলত উত্তৰ-পূবত আন্তঃগাঁথনি আৰু বিভিন্ন ক্ষেত্ৰত জাপানৰ বিনিয়োগ বৃদ্ধি কৰাৰ প্ৰতি লক্ষ্য ৰাখিয়ে সন্মিলনখন গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ বিচৰা বুলি প্ৰকাশ পাইছিল।

জাপান চৰকাৰে উত্তৰ-পূবত মাত্ৰ ১৩,০০০ কোটি টকাৰ বিনিয়োগ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে বুলি ড’নাৰ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছিল।

উল্লেখযোগ্য যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূবলৈ চোৱা নীতিৰ আধাৰত উত্তৰ-পূবৰ বিকাশক মূল লক্ষ্য হিচাপে লৈ গুৱাহাটীত ভাৰত-জাপানৰ মাজত সন্মিলনখন অনুষ্ঠিত কৰিব বিচৰা বুলি বিজেপিৰ তৰফৰ পৰা প্ৰকাশ কৰিছে।

চীনৰ লগত ভাৰতৰ  কূটনৈতিক দিশৰ পৰাও ভাৰত-জাপান শীৰ্ষ সন্মিলনখন উত্তৰ-পূবত অনুষ্ঠিত হোৱাটো গুৰুত্বপূৰ্ণ হিচাপে বিৱেচিত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd