• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“আন্দোলনকাৰীৰ মাজত বিভাজন কৰিবলৈ সাম্প্ৰদায়িক আৰু ৰাজনৈতিক ৰং দিয়াৰ চেষ্টা হিমন্ত বিশ্বৰ”

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2019 9:31 am
21-05-18-Guwahati-Himanta-Biswa-Sarma-press-meet-2-1024x661

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সীমিত ইণ্টাৰনেট সেৱাৰ মাজতে হিমন্ত বিশ্বক আক্ৰমণ অব্যাহত ৰাখিছে ছ’চিয়েল মিডিয়া য়ুজাৰে।

ৰাজ্যখনৰ শক্তিশালী মন্ত্ৰীজনৰ প্ৰতিটো ফেইচবুক পোষ্টত শ শ য়ুজাৰে অতি লেতেৰা ভাষাৰে গালি-গালাজ কৰাৰ লগতে অভিশাপ বৰ্ষণ কৰি থকা দেখা গৈছে।

Apply Now

যোৱা দুদিনত হিমন্তই দিয়া পোষ্টবোৰ আৰু হিমন্তৰ সংবাদমেলৰ ভাষ্যক লৈ ছ’চিয়েল মিডিয়া য়ুজাৰে তেওঁক তীব্ৰ আক্ৰমণ কৰে।

বহুতৰ অভিযোগ মন্ত্ৰীজনে বৰ্তমানৰ অসমৰ পৰিস্থিতি চম্ভলাৰ নামত বিভাজনৰ ৰাজনীতি কৰিছে, যিটো কেন্দ্ৰৰ বিজেপি নেতাসকলেও কৰা বুলি তেওঁলোকৰ দাবী।

১৬ ডিচেম্বৰত মন্ত্ৰীজনে অসমৰ জনজাতীয় সংস্থা, সংগঠনবোৰৰ সমন্বয়ৰক্ষী সমিতিৰ সৈতে বৈঠকত বহাৰ এটা পোষ্টত ছ’চিয়েল মিডিয়া য়ুজাৰে এই সময়ত এয়া মন্ত্ৰীজনৰ বিভাজনৰ ৰাজনীতি বুলি অভিহিত কৰিছে।

আনহাতে সচিবালয়ৰ সন্মুখত হোৱা নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদক সাম্প্ৰদায়িক আৰু ৰাজনৈতিক ৰং দিব খোজাটোকো মন্ত্ৰীজনৰ এটা স্বভাৱগত কূটকৌশল আখ্যা দিছে।

উল্লেখযোগ্য যে ১৬ ডিচেম্বৰত হিমন্ত বিশ্বই সংবাদমেলত হিংসাত্মক প্ৰতিবাদত কৰা বাবে ১৯০জন লোকক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰিছিল, য’ত তেওঁ বাছি বাছি ৫জন মুছলমান যুৱকৰ নাম কৈছিল। বাকী ১৯৪জনৰ নামৰ তালিকা দিয়াৰ পৰা বিৰত আছিল মন্ত্ৰীজন।

এজনৰ মন্তব্য, বাকীকেইজন মুছলমান হোৱা হ’লে গোটেই তালিকাখন গাবলৈ হিমন্তই বৰ উৎসাহেৰে সময় ল’লে হেঁতেন সংবাদমেলত।

আনহাতে মন্ত্ৰীজনে এই যুৱকসকল নগাওঁ, নলবাৰী, বৰপেটা, গোৱালপাৰা আদি ধৰ্মীয় সংখ্যালঘুপ্ৰধান অঞ্চলৰ পৰা অহা বুলিও এটা বিভ্ৰান্তিকৰ মন্তব্য কৰিছিল।

প্ৰতিবাদকাৰীক তেওঁলোকৰ সাজ-পোচাকৰ পৰাই চিনাক্ত কৰিব পাৰি বুলি মোদীয়ে অলপতে কৰা মন্তব্যৰ প্ৰসংগ টানি অসমৰ মন্ত্ৰীজনৰ এই চৰিত্ৰক বিজেপিৰ কেন্দ্ৰীয় নেতাসকলৰ সৈতে মিলিছে বুলি দাবী একাংশ ফেইচবুক য়ুজাৰৰ।

ছ’চিয়েল মিডিয়া য়ুজাৰৰ অভিযোগ, পূৰ্বে কংগ্ৰেছত থাকোতে মোদীক কটাক্ষ কৰি “গুজৰাটৰ পানীৰ পাইপেৰে পানীৰ সলনি মুছলমানৰ তেজ বয়” বুলি কোৱা মন্ত্ৰীজনে আছুৰ নেতৃত্বত চলা আন্দোলনক ন্যায্যতা দি আনসকলৰ আন্দোলনক হিংসাত্মক কাৰ্য্য সজোৱাৰ এটা বিভাজনৰ ৰাজনীতি কৰিছে।

উল্লেখ কৰিব পাৰি যে ১৭ ডিচেম্বৰতো মন্ত্ৰী হিমন্তই সংবাদমেল দি আন্দোলনটো কংগ্ৰেছ নেতা, আৰ্বান নক্সাল আৰু কিছু সংখ্যক আমোলাৰ দ্বাৰা পৰিচালিত বুলি দাবী কৰে।

মন্ত্ৰীজনে অৱশ্যে নিজৰ দাবীৰ বিৰোধমূলকভাৱে ইয়াক পোহৰলৈ আনিবলৈ চৰকাৰে তদন্ত সমিতি গঠনৰ সিদ্ধান্ত কৰা বুলিহে কয়।

আনহাতে ম’বাইল ইণ্টাৰনেট সেৱাত বন্ধ আৰোপৰ খবৰকে ধৰি চৰকাৰৰ জনসংযোগ বিভাগে প্ৰচাৰ কৰিব লগীয়া বিষয়বোৰ মন্ত্ৰীজনে দায়িত্ব লোৱা দেখি এজন য়ুজাৰৰ মন্ত্ৰীজনক তেওঁৰ পোষ্টতে কটাক্ষ, “DIPR-ৰ ক্লাৰ্কৰ দৰে কাম কৰিছে হিমন্ত বিশ্বই”।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd