• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দ্বিতীয় ব্ৰহ্মপুত্ৰ সাহিত্য মহোৎসৱ উদ্বোধন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2018 7:50 pm
প্ৰতিনিধিত্বমূলক ফটো
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘সাহিত্যই হৈছে জ্ঞানৰ প্ৰকাশ আৰু সভ্যতাৰ আধাৰ। সাহিত্যই সমাজ এখনৰ পৰিচয় বহন কৰে। সাহিত্যই সমাজ এখনৰ সৱলতা আৰু দুৰ্বলতা প্ৰকাশ কৰে। সাহিত্যই সাধাৰণ মানুহৰ পৰা সমাজ জীৱনৰ বাবে অসাধাৰণত্বৰ কলা আৱিষ্কাৰ কৰিব পাৰে আৰু মানুহক আগুৱাই যোৱাৰ বাবে অফুৰন্ত প্ৰেৰণা যোগায়।’ আজি শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া আৰু অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আয়োজিত দ্বিতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ উদ্বোধন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ এক উৎসৱে নহয় বুলি উল্লেখ কৰি ইয়ে শক্তিশালী ভৱিষ্যৎ নিৰ্মাণৰ বাবে পৰিৱেশ নিৰ্মাণ কৰিছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে কয়। লগতে তেওঁ কয় যে ফ্ৰান্স, মেক্সিক’, শ্ৰীলংকা, মাৰ্কিন যুক্তৰাষ্ট্ৰ, ছুইডেন, বাংলাদেশ, নেপালকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্যিক সকলৰ মিলনস্থলীলৈ ৰূপান্তৰিত হোৱা এই মহোৎসৱে সাহিত্যৰ বিকাশৰ জৰিয়তে সামাজিক বিকাশৰ এক বাতাবৰণো সূচনা কৰিব।

Apply Now

আজিৰ এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট পণ্ডিত ইন্দ্ৰনাথ চৌধুৰী, নেশ্যনেল বুক ট্ৰাষ্ট অব ইণ্ডিয়াৰ অধ্যক্ষ বলদেব ভাই শৰ্মাই ঐতিহ্য, পৰম্পৰা, মূল্যবোধ আৰু সমাজ জীৱনক আধাৰ হিচাপে সাহিত্যই মানৱ জাতিক দিয়া প্ৰেৰণাৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে।

নেশ্যনেল বুক ট্ৰাষ্ট অব ইণ্ডিয়াৰ সঞ্চালক ৰীতা চৌধুৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, ফ্ৰান্সৰ বিশিষ্ট সাহিত্যিক ডেভিদ কলিং, মুখ্য সচিব বিনোদ কুমাৰ পিপাৰচেনিয়া, অতিৰিক্ত মুখ্য সচিব ভি বি প্যাৰেলাল, উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব অজয় তিৱাৰী, অসম প্ৰকাশ পৰিষদৰ সচিব প্ৰমোদ কলিতাকে ধৰি বহু গণ্য-মান্য সাহিত্যিক উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

June 24, 2026 5:44 pm
এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

June 24, 2026 4:57 pm
কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

June 24, 2026 4:57 pm
আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

June 24, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

June 24, 2026 5:44 pm
এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

June 24, 2026 4:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd