• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ; শাস্তিমূলক ব্যৱস্থা দাবী দেৱব্ৰত শইকীয়াৰো

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 29, 2019 10:41 am
Brihattar Asomiya Yuva Mancha

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সংবাদমেলৰ এটা দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচটনিমূলক বক্তব্যৰে CAA-বিৰোধী আৰু বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ সৃষ্টি কৰিব খোজাৰ অভিযোগত খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে দাখিল হ’ল এজাহাৰ।

বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, শিৱসাগৰ নগৰ সমিতিয়ে আজি শিৱসাগৰ জিলাৰ সদৰ থানাত বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰে।

Apply Now

“অসমত নাগৰিকত্ব সংশোধন আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে এচাম অপশক্তিয়ে এনে প্ৰতিবাদৰ গইনা লৈ হিংসা আৰু বিদ্বেষ বিয়পোৱাৰ চেষ্টা কৰিছে। এনে এক অপশক্তি হৈছে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া”, এজাহাৰখনত যুৱ মঞ্চই কয়।

Brihattar Asomiya Yuva Mancha FIR
বৃহত্তৰ অসমীয়া যুৱ মঞ্চই বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে দিয়া এজাহাৰখন।

সংগঠনটোৰ শিৱসাগৰ নগৰ  সমিতিৰ সভাপতি বিষ্ণু শইকীয়া আৰু প্ৰধান সচিব প্ৰশান্ত বৰগোগাঁই স্বাক্ষৰিত এজাহাৰখনত আৰু কোৱা হৈছে, “২৬ ডিচেম্বৰত চাবুৱাৰ এখন ৰাজহুৱা সভাত তেওঁ বিভাজনমূলক কথা কৈ “আমাৰ এটা কৰ্মীক হাত দিলে তেওঁলোকৰ দহটা কৰ্মীক হাত দিম”, “আমাৰ ঘৰ জ্বলালে সিহঁতৰো ঘৰ জ্বলাব” আদি বক্তব্য কৰি ৰাইজক বিপথে পৰিচালিত কৰা দেখা গৈছে। মৃণাল শইকীয়াৰ এনে মন্তব্য কেৱল উচটনিমূলকেই নহয়, সাম্প্ৰদায়িক আৰু হিংসাৰ পথ ল’বলৈ মুকলি আহ্বান। যাৰ বাবে অসমত হিংসাৰ পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে”।

এজাহাৰখনত বিধায়ক শইকীয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ নগৰ সমিতিয়ে।

যদিহে আদালতত মৃণাল শইকীয়াৰ বিৰুদ্ধে আইনী যুঁজ চলাব লগীয়া হয় তেন্তে তাত সম্পূৰ্ণ বিনামূলীয়াকৈ অধিবক্তা বিদ্যুৎ গগৈয়ে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ হৈ উকালতি কৰিব বুলি জনাইছে।

ষ্টাফ ৰিপ’ৰ্টাৰৰ সংযোজন :

বিজেপি বিধায়কজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

আনহাতে বিজেপিৰ বিধায়কজনেও শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো। তেওঁ বিধায়কজনৰ উচটনিমূলক মন্তব্যক গৰিহণা দিয়ে আৰু চৰকাৰক তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনায়।

সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট গোটেও বিধায়কজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

September 22, 2026 7:44 am
তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

September 22, 2026 7:44 am
তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd