• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

C(A)A য়ে প্ৰতাৰিত শৰণাৰ্থীসকলক নাগৰিকত্ব দিব, কোনো লোকৰ নাগৰিকত্ব কাঢ়ি নলয় : প্ৰধান মন্ত্ৰী মোদী

নাগৰিকত্ব (সংশোধন) আইনৰ হৈ প্ৰধান মন্ত্ৰী মোদীয়ে আৰম্ভ কৰিছে ছচিয়েল কেম্পেইন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2019 3:07 pm
730
VIEWS
Share on FacebookShare on Twitter

“C(A)A য়ে প্ৰতাৰিত শৰণাৰ্থীসকলক নাগৰিকত্ব দিব, কোনো লোকৰ নাগৰিকত্ব কাঢ়ি নলয়।” টুইটৰ জৰিয়তে এই মন্তব্য কৰিছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

সমগ্ৰ দেশকে নাগৰিকত্ব (সংশোধন) আইন বিৰোধী প্ৰতিবাদৰ জুইয়ে দহি থকাৰ সময়তে প্ৰধান মন্ত্ৰী মোদীয়ে নাগৰিকত্ব আইনক লৈ আৰম্ভ কৰিছে ছচিয়েল কেম্পেইন। প্ৰধান মন্ত্ৰী গৰাকীয়ে ২৯ ডিচেম্বৰত উক্ত টুইটৰ জৰিয়তে সকলোকে নাগৰিকত্ব (সংশোধন) আইনৰ প্ৰতি সমৰ্থন জনাবলৈ আহ্বান জনায়।

#IndiaSupportsCAA because CAA is about giving citizenship to persecuted refugees & not about taking anyone’s citizenship away.

Check out this hashtag in Your Voice section of Volunteer module on NaMo App for content, graphics, videos & more. Share & show your support for CAA..

— narendramodi_in (@narendramodi_in) 30 December 2019

লগতে প্ৰধান মন্ত্ৰী মোদীয়ে #IndiaSupportsCAA হেছটেগ লগাই টুইটাৰত উল্লেখ কৰে যে, “নমো এপৰ ভলিণ্টিয়াৰ মডিউলৰ ভইচ ছেকশ্যনত আপুনি কনটেণ্ট, গ্ৰাফিক্স আৰু ভিডিঅ’ চোৱাৰ বাবে এই হেশ্বটেগ চাওক। এই হেশ্বটেগৰ জৰিয়তে CAAৰ পক্ষত আপোনাৰ সমৰ্থন আগবঢ়াওক।”

তাৰোপৰি প্ৰধান মন্ত্ৰী মোদীয়ে আধ্যাত্মিক গুৰু সদগুৰুৱে C(A)Aৰ সমৰ্থনত বনোৱা এটা ভিডিঅ’ নিজৰ টুইটাৰত শ্বেয়াৰ কৰে। আৰু মোদীয়ে কয় যে আধ্যাত্মিক গুৰু সদগুৰুৱে এই ভিডিঅ’ৰ জৰিয়তে C(A)Aৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সুন্দৰভাৱে উপস্থাপন কৰিছে।

Do hear this lucid explanation of aspects relating to CAA and more by @SadhguruJV.

He provides historical context, brilliantly highlights our culture of brotherhood. He also calls out the misinformation by vested interest groups. #IndiaSupportsCAA https://t.co/97CW4EQZ7Z

— Narendra Modi (@narendramodi) 30 December 2019

উল্লেখযোগ্য যে বৰ্তমান অসম তথা উত্তৰ-পূৰ্বাঞ্চল, সমগ্ৰ দেশৰ বিভিন্ন দল-সংগঠনকে ধৰি সকলোৱে এই ‘কা’ৰ বিৰোধিতা কৰিছে। বিভিন্ন ঠাইত ‘কা’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছে বহু ঠাইত হিংসাত্মক কাৰ্য সংঘটিত হৈছে।

ইয়াৰ পিছতো চৰকাৰে সমগ্ৰ দেশবাসীৰ কথা আওকাণ কৰি তথা বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদক নেওচি ‘কা’ৰ সপক্ষে প্ৰচাৰ চলাইছে। আনকি জনতাৰ প্ৰতিবাদঈ কণ্ঠকো কঠোৰ হাতেৰে দমনৰ বাবেও চেষ্টা চলাইছে চৰকাৰে।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd