• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসম সাহিত্য সভাই ভাষাৰ ক্ষেত্ৰত কেতিয়াও দ্বন্দ্ব নিবিচাৰে : পৰমানন্দ ৰাজবংশী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
December 30, 2019 7:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“সম্প্ৰতি অসমত সংকট সৃষ্টিৰ মূল কাৰণ হ’ল ভাষা। আজি অসমত ভাষা নীতি নাই। যি ভাষা নীতি এবছৰ আগতে অসম সাহিত্য সভা, জনগোষ্ঠীয় আৰু জনজাতীয় সাহিত্য সভাই বিশেষজ্ঞসকলৰ লগত লগ লাগি তৈয়াৰ কৰি শিক্ষা মন্ত্ৰীৰ হাতত অৰ্পন কৰিছিল কিন্তু তাক চৰকাৰে এবছৰে গুৰুত্ব প্ৰদান নকৰিলে।’ এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ।

২৯ ডিচেম্বৰত বাক্সা জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ ,অসমৰ প্ৰথম বাৰ্ষিক অধিবেশনত অংশগ্ৰহণ কৰি তেওঁ লগতে কয়, ‘অসমীয়া ভাষা আৰু বিভিন্ন খিলঞ্জীয়া ভাষাৰ সংকট মোচনৰ বাবে  পূৰ্বৱৰ্তী চৰকাৰ আৰু বৰ্তমান চৰকাৰক ৭ বছৰ ধৰি সাহিত্য সভাই বিভন্ন দিহা পৰামৰ্শ দি আহিছে যদিও তাক চৰকাৰে   উলাই কৰি অহাৰ ফলতেই ভাষাৰ সংকটৰ সৃষ্টি হৈছে।

Apply Now

উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ, অসমৰ সভাপতি আমানুল ইছলামৰ পৌৰহিত্যিত অনুষ্ঠিত মুকলি সভাত ৰাজবংশীয়ে উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ মুখপত্ৰ শিক্ষা প্ৰহৰীখন উন্মোচন কৰে।

ৰাজবংশীৰ মতে অসমৰ স্বায়ত্ব শাসিত পৰিষদ সমূহত অসমীয়া ভাষী লোকৰ সংখ্যা সৰ্বাধিক। সেয়ে সেই অঞ্চলসমূহত অসমীয়াক প্ৰধান ভাষা আৰু বড়ো বা অন্যান্য জনগোষ্ঠীয় ভাষা সহযোগী ভাষা বুলি উল্লেখ কৰি এই কথা চৰকাৰে ঘোষনা কৰাৰ আগতেই অসম সাহিত্য সভাই ঘোষণা কৰি থৈছে।

তেও কয়, ‘বিটিচিত ৭০ শতাংশ অসমীয়া ভাষী মানুহ আৰু বাকী বড়ো ভাষী মানুহৰ ভাষাৰ ক্ষেত্ৰত অসম সাহিত্য সভা দায়বদ্ধ। সাহিত্য সভাই ভাষাৰ ক্ষেত্ৰত দন্দ হোৱাটো কেতিয়াও নিবিচাৰে’।

সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আলোক কুমাৰ বুঢ়াগোহাঁইয়ে কয়, ‘অসমত মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰী যথেষ্ট আছে। মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰী সকলক চিনাক্ত কৰি উলিওৱাটো শিক্ষক সমাজৰ দায়িত্ব।’

মুকলি সভাত তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰী, অসম সাংস্কৃতিক মহাসভাৰ সভাপতি পবিত্ৰ শৰ্মা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সুবোধ তালুকদাৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

মুকলি সভাৰ পূৰ্বে পুৱা ১০বজাত অনুষ্ঠিত প্ৰতিনিধি সভা মুকলি কৰে বাক্সা জিলা পৰিমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰমেশ চন্দ্ৰ চুতীয়াই। বিধায়ক ইমানুৱেল মোছাহাৰীয়ে আদৰণি ভাষণ দিয়া প্ৰতিনিধি সভাত বি টি চিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বাসুমতাৰীও উপস্থিত থাকে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm
বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm
বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd