• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰৰ আন এটা ষড়যন্ত্ৰ! CAA-ৰ অধীনত নাগৰিকত্ব প্ৰক্ৰিয়া online কৰি ৰাজ্যৰ ভূমিকা শূন্য কৰাৰ চিন্তা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2020 9:13 am
Barasha Rani Bisaya

চানমাৰিত আজিৰ গণ অনশন কাৰ্য্যসূচীত ভাগ লোৱা বৰষাৰাণী বিষয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশবাসীৰ গৰিষ্ঠ সংখ্যক নাগৰিকৰ অমতত জাপি দিয়া নাগৰিকত্ব (সংশোধন) আইনখনক লৈ আন এক ষড়যন্ত্ৰত লিপ্ত হ’ব পাৰে কেন্দ্ৰীয় চৰকাৰ।

পূৰ্বৰ ব্যৱস্থা মতে এই আইনখনৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিবলৈ জিলা দণ্ডাধীশৰ জৰিয়তে যাব লাগিছিল যদিও এতিয়া সেয়া পোনপটীয়াকৈ আৰু অনলাইন প্ৰক্ৰিয়াৰ মাজেৰে কৰিবলৈ দিয়াৰ সিদ্ধান্ত ল’ব পাৰে কেন্দ্ৰীয় চৰকাৰে।

“আমি জিলা দণ্ডাধীশৰ সলনি এটা নতুন কৰ্তৃপক্ষ স্থাপনৰ কথা চিন্তা কৰিছো আৰু আৱেদন কৰা, নথি পৰীক্ষা কৰা আৰু ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা- এই গোটেই প্ৰক্ৰিয়াটো অনলাইন কৰাৰ কথা ভাবি আছো”, কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ এটা সূত্ৰই কয়।

গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰটোৰ ভাষ্যৰ পিছত এই ধাৰণা কৰা হৈছে যে বহুকেইখন ৰাজ্যই আইনখনৰ বিৰোধিতা কৰা আৰু ৰাজ্যবোৰত এই আইন প্ৰযোজ্য নকৰাৰ হুংকাৰ দিয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত ল’ব পাৰে।

কেৰালা, পশ্চিম বংগ, পাঞ্জাব আদিকে ধৰি বহুকেইখন ৰাজ্যই বিতৰ্কিত আইনখনৰ বিৰুদ্ধে আৰম্ভণিৰ পৰাই স্থিতি গ্ৰহণ কৰি আহিছে আৰু ইয়াক কাৰ্য্যকৰী নকৰাৰ হুংকাৰ দি আহিছে।

কেৰালা বিধানসভাই ৩১ ডিচেম্বৰত CAA-ৰ বিৰোধিতা কৰি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল। পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়েও আইনখনৰ ক্ষেত্ৰত যুদ্ধংদেহি মনোভাব লৈছে।

অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যসমূহৰ স্থিতি আৰু ভূমিকাক সম্পূৰ্ণ আওকাণ কৰিব পৰা যাব।

তাৰোপৰি জিলা দণ্ডাধীশৰ পৰিৱৰ্তে নতুন কৰ্তৃপক্ষক দায়িত্ব দি নথি-পত্ৰ প্ৰক্ৰিয়াটোত এটা সৰলীকৰণ বা নিখুঁততা-বৰ্জিত বাট ল’ব পৰা যাব।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ মানুহক বুজাই আহিছে যে সম্পূৰ্ণ নথি-পত্ৰ সহ জিলা কৰ্তৃপক্ষৰ ওচৰত আৱেদন কৰাৰ পিছত, সেই নথি তন্ন তন্নকৈ পৰীক্ষা কৰা হ’ব। তাৰ পিছতহে, গ্ৰহণযোগ্য বিবেচিত হ’লেহে ব্যক্তিজনক নাগৰিকত্ব দিয়া হ’ব।

ইতিপূৰ্বে সোণোৱালে অসমত তেনেই কম সংখ্যক মানুহেহে আইনখনৰ অধীনত নাগৰিকত্ব পাব বুলি কোৱা কথাও অমিত শ্বাহৰ “অসম সৰ্বাধিক প্ৰভাৱিত হ’ব” মন্তব্যই অসত্য প্ৰমাণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd