• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাবালকৰ সৈতে প্ৰাপ্তবয়স্ক মহিলাৰ বিবাহত শাস্তি নাই

বাল্য বিবাহ আইন, ২০০৬ৰ ৯নং ধাৰাৰ ব্যাখ্যাত ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2020 5:58 pm
SC not expressing any view if "access to Internet'' a fundamental right

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ফাইল ছবি।

1.2k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ উচ্চতম ন্যায়ালয়ে কৈছে যে প্ৰাপ্তবয়স্ক মহিলাৰ সৈতে নাবালকৰ বিবাহ শাস্তিযোগ্য নহয়।

শেহতীয়া এক ৰায়দানত বাল্য বিবাহ আইন, ২০০৬ৰ ৯নং ধাৰাৰ ব্যাখ্যা কৰি ন্যায়ালয়ে কয় যে এই ধাৰা কেৱল শিশু বিয়া কৰোৱা প্ৰাপ্তবয়স্ক পুৰুষৰ শাস্তিৰ ক্ষেত্ৰতহে প্ৰযোজ্য।

আইনখনৰ সংশ্লিষ্ট ধাৰাটোমতে: “বাল্য বিবাহত আবদ্ধ হোৱা ১৮ বছৰ বয়সৰ ওপৰৰ যিকোনো এক পুৰুষেই পাব লাগে সশ্ৰম কাৰাদণ্ড যাৰ ম্যাদ দুবছৰপৰ্য্যন্ত হ’ব পাৰে বা এক লাখ টকালৈকে জৰিমনা বা দুয়োটা।”

১৭ বছৰীয়া ল’ৰা এজনৰ সৈতে ২১ বছৰীয়া ছোৱালী এগৰাকীৰ বিবাহ সম্পৰ্কীয় গোচৰত ন্যায়াধীশ মোহন এম শান্তানাগৌদাৰৰ বিচাৰপীঠে এই ৰায়দান কৰিছে।

ন্যায়ালয়ে কৈছে যে এনে বিবাহৰ ক্ষেত্ৰত নাবালক আৰু মহিলা কোনোজনেই শাস্তি পোৱাৰ ব্যৱস্থা নাই।

গোচৰটোত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে পূৰ্বে দিয়া ৰায়ো সৰ্বোচ্চ আদালতখনে খাৰিজ কৰে।

উচ্চ ন্যায়ালয়ে ল’ৰাজনৰ বিৰুদ্ধে বাল্য বিবাহত আবদ্ধ হোৱাৰ বাবে আইনী প্ৰক্ৰিয়া চলোৱাৰ নিৰ্দেশ দিছিল। কিন্তু সম্পৰ্কটোত ল’ৰাজনহে নিজেই আইনমতে শিশু আছিল।

উচ্চতম ন্যায়ালয়ে নিজৰ ৰায়ত কৈছে যে আইনখন কেৱল প্ৰাপ্তবয়স্ক পুৰুষৰ সৈতে বাল্য বিবাহৰ পৰা নাবালিকাসকলক সুৰক্ষা দিয়াৰ বাবেহে।

“আমাৰ নিচিনা সমাজত বিয়াৰ সিদ্ধান্তসমূহ সাধাৰণতে দৰা আৰু কইনাৰ পৰিয়ালৰ সদস্যসকলে লয়, আৰু বিষয়টোত মহিলাৰ মত তেনেই নগণ্য।”

Recent News

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd