• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খেলুৱৈৰ সাজত আৰু নেদেখিব ইৰফান পাঠানক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2020 7:07 pm
irfan pathan

ইৰফান পাঠান, উৎস-ইণ্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টেষ্ট ক্ৰিকেটত প্ৰথমটো ফাৰ্ষ্ট-অ’ভাৰ হেট্ৰিক অৰ্জা ইৰফান পাঠানক আৰু খেলুৱৈৰূপে দেখা নাপাব।

অলৰাউণ্ডাৰৰূপেও খ্যাতি অৰ্জা বাওঁহতীয়া পে’চাৰজনে সকলো ধৰণৰ ক্ৰিকেটৰ পৰাই শনিবাৰে অৱসৰ ঘোষণা কৰিছে।

Apply Now

বৰ্তমান ক্ৰিকেট ধাৰভাষ্যকাৰক হিচাপে কাম কৰি অহা খেলুৱৈজনে Star Sports studioত তেওঁৰ অৱসৰৰ কথা ঘোষণা কৰিছে।

পাঠানে ভাৰতৰ হৈ ২৯খন টেষ্ট, ১২০খন এদিনীয়া আৰু ২৪খন টি২০ খেলত অংশ লৈছিল।

১৯ বছৰ বয়সত ২০০৩ চনত এদিলেইদত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অভিষেক ঘটোৱা পাঠানৰ প্ৰথম চিকাৰ আছিল মেথিউ হে’দেন।

ক্ৰিকেটাৰগৰাকীৰ জীৱনৰ দুটা স্মৰণীয় কীৰ্তি আছিল পাকিস্তানৰ বিৰুদ্ধে খেলত।

২০০৬ চনত পাকিস্তানৰ বিৰুদ্ধে এখন খেলত তেওঁ ক্ৰিকেট ইতিহাসৰ প্ৰথমটো প্ৰথম-অ’ভাৰ হেট্ৰিক লাভ কৰিছিল।

২০০৭ চনৰ পাকিস্তানৰ বিৰুদ্ধে বিশ্ব টি২০ ফাইনেলত পাঠান মেন অৱ দি মেচ হৈছিল।

পাঠানৰ এক স্মৰণীয় অলৰাউণ্ড প্ৰদৰ্শন আছিল পাৰ্থত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। ভাৰতে কেংগাৰুভূমিত ঐতিহাসিক বিজয় সাব্যস্ত কৰা ২০০৭-০৮ টুৰত তেওঁ মেন অৱ দি মেচো ঘোষিত হৈছিল।

২০০৪ চনৰ পাকিস্তান টুৰৰ পৰা পাঠানৰ স্থান ভাৰতীয় দলত নিগাজী হৈছিল। আৰু ২০০৮ চনলৈকে তেওঁ দলৰ প্ৰায় নিয়মীয়া খেলুৱৈ আছিল।

পাঠানে ভাৰতৰ হৈ মুঠ ৩০১টা আন্তঃৰাষ্ট্ৰীয় উইকেট অৰ্জন কৰিছিল।

বেটছমেনৰূপে তেওঁ ৩১.৫৭ গড়েৰে ২৯খন টেষ্টৰ ৪০টা ইনিংছ খেলিছিল। তাৰ মাজত আছিল এটা শতক আৰু ছটা অৰ্ধশতক।

এদিনীয়া আৰু টি২০ত পাঠানৰ বেটিং গড় আছিল ক্ৰমে ২৩.৩৯ আৰু ২৪.৫৭ (।)

২০০৮ চনলৈ পাঠানৰ প্ৰদৰ্শন নিম্নগামী হৈছিল। সেই বছৰ দক্ষিণ এফ্ৰিকাৰ বিৰুদ্ধে খেলা টেষ্টখনেই তেওঁৰ অন্তিমখন দীঘলীয়া অ’ভাৰৰ খেল।

২০১২ চনলৈকে তেওঁ এদিনীয়া আৰু টি২০ত ভাগ লৈ আহিছিল, কিন্তু নিম্নমানৰ প্ৰদৰ্শনৰ ফলত পাঠানে ঘৰুৱা ক্ৰিকেটত মনোনিৱেশ কৰিবলৈ বাধ্য হৈ পৰিছিল।

৩৫ বছৰীয়া খেলুৱৈজনৰ অন্তিম আই পি এল খেল আছিল ২০১৭ চনত। পিছৰ তিনিবাৰ নিলামত তেওঁক কোনেও বাচনি কৰা নাছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd