• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

EPF-ৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্তেৰে নতুন বছৰটোত মোদী চৰকাৰে দিব পাৰে আন এটা মাধমাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2020 5:14 pm
epfo-702x336
6.4k
VIEWS
Share on FacebookShare on Twitter

নতুন বছৰটোৰ প্ৰথম দিনটোতে ৰে’লৰ ভাড়া, ৰন্ধন গেছৰ দাম বৃদ্ধি কৰাৰ পিছতে মোদী চৰকাৰে আন এটা মাধমাৰ দিবলৈ ওলাইছে দেশবাসীক।

দেশৰ প্ৰায় ৮ কোটি কৰ্মচাৰীৰ স্বাৰ্থ জড়িত হৈ থকা কৰ্মচাৰী ভৱিষ্য নিধি সংগঠনৰ ক্ষেত্ৰত এটা নেতিবাচক সিদ্ধান্ত গ্ৰহণৰ দিশত আগ বাঢ়িছে মোদী চৰকাৰ।

কেন্দ্ৰীয় চৰকাৰৰ বিষয়াৰ সূত্ৰৰ আঁত ধৰি লাইভ মিণ্ট নামৰ বাতৰি প্ৰতিষ্ঠানটোৱে জনাইছে যে কৰ্মচাৰী ভৱিষ্যৎ নিধি সংগঠন বা ই পি এফ অ’–ই ভৱিষ্য নিধিৰ সুতৰ হাৰ হ্ৰাস কৰাৰ সম্ভাৱনা আছে। নতুন বিত্তীয় বৰ্ষটোৰ পৰা এই হ্ৰাসপ্ৰাপ্ত হাৰ কাৰ্য্যকৰী হ’ব।

ই পি এফত দেশৰ কোটি কোটি কৰ্মচাৰীয়ে নিজৰ দৰমহাৰ পৰা পোনপটীয়াকৈ মাহেকীয়া হিচাপত একোটা পৰিমাণ নিয়মীয়াকৈ সঞ্চয় কৰে। বৰ্তমান কৰ্মচাৰীসকলে নিজৰ এই জমা ধনত ৮.৬৫শতাংশকৈ সুত লাভ কৰে।

সূত্ৰটোৰ দাবী, ই পি এফ অ’ৰ বেছিছ পইণ্ট ১৫ৰ পৰা ২৫ হ্ৰাস কৰাৰ সম্ভাৱনা আছে। এই বেছিছ পইণ্ট হ’ল শতকৰা পইণ্টৰ এশভাগৰ এভাগ ( one-hundredth of a percentage point)।

সূত্ৰটোৰ দাবী, এলানি আলোচনাৰ শেষত অৱসৰী পুঁজি প্ৰবন্ধকে জানুৱাৰিৰ পিছতে এই হ্ৰাসকৰণৰ বিষয়ে ঘোষণা কৰাৰ সম্ভাৱনা আছে।

এজন বিষয়াৰ উদ্ধৃতিটোৰে বাতৰি প্ৰতিষ্ঠানটোত কোৱা হৈছে যে যোৱা বছৰটোত দীৰ্ঘকালীন স্থিৰ জমা (ফিক্সড ডিপজিট) আৰু কিছুমান বণ্ডতো ৫০-ৰ পৰা ৯০ বেছিছ পইণ্ট হ্ৰাস পাইছে।

Recent News

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd