• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ বিৰুদ্ধে অচিৰেই আইনী ব্যৱস্থা!

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2020 7:25 pm
ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীৰ ফাইল ফটো

ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীৰ ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক তেওঁৰ মায়ামৰা সমাজ-বিদ্বেষী মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ ১৫ দিনৰ সময় বান্ধি দিছে যোৰহাট জিলা মায়ামৰা সাংস্কৃতিক সমাজে।

আজি নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা বাৰ্তাত ইয়াৰ ব্যৰ্থতাত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সাংবাদিকজনক সকীয়াই দিছে সমাজে।

Apply Now

৫ জানুৱাৰিত যোৰহাট জিলাৰ মায়ামৰা নামঘৰত মায়ামৰা সত্ৰৰ আদিগুৰু অনিৰুদ্ধদেৱৰ তিৰোভাব তিথি উপলক্ষে আয়োজিত এটা অনুষ্ঠানৰ শেষত মায়ামৰা সমাজৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধি সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ।

মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সভাপতি ড০ লক্ষ্মীকান্ত হাজৰিকা, যোৰহাট জিলা সমিতিৰ সভাপতি দীননাথ শৰ্মা, শ্ৰীশ্ৰী গোপাল দেৱ সেৱক সমাজ, অসম আৰু শ্ৰীশ্ৰী অষ্টভূজদেৱৰ বৰভেটি উন্নয়ন সমিতিৰ আইনী উপদেষ্টা মনু বৰুৱাকে ধৰি বিভিন্ন সংগঠনৰ বিষয়ববীয়া আৰু ভকত বৈষ্ণৱৰ উপস্থিতিত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ মন্তব্যৰ বিষয়ে বিতং আলোচনা কৰা হয়।

সমাজে ৫ জানুৱাৰিত প্ৰেৰণ কৰা এটা বিবৃতিত অভিযোগ কৰিছিল যে ১ জানুৱাৰিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মত বিনিময় এটা অনু্ষ্ঠানৰ সময়ত সাংবাদিকজনে  মায়ামৰা বিদ্ৰোহে আহোমৰ ৰাজত্ব শেষ কৰি অসমীয়া জাতিক দুৰ্বল কৰা বুলি মন্তব্য কৰাৰ লগতে আলফাৰ প্ৰসংগত মায়ামৰাসকলক অযথা টানি আনি তাচ্চিল্য কৰিছিল।

বিবৃতিটোত লগতে আৰু অভিযোগ কৰা হৈছিল, “সাংবাদিকজনে, ইয়াৰ পূৰ্বেও একাধিকবাৰ মায়ামৰা সমাজক অযথা বিতৰ্কলৈ টানি আনি তাচ্চিল্যসুচক মন্তব্য কৰা। দুবছৰ পূৰ্বে ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীয়ে মায়ামৰা বিপ্লৱীসকল অসমৰ কুলাংগাৰ আছিল বুলি বিতৰ্কিত মন্তব্য কৰিছিল”।

বৈঠকে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৃষ্টিগোচৰ কৰাৰ বাবে যোৰহাট জিলাৰ উপায়ুক্তৰ যোগেদি এখন পত্ৰ প্ৰেৰণ কৰা আৰু সাংবাদিকগৰাকীলৈ এক প্ৰতিবাদী পত্ৰ প্ৰেৰণৰো সিদ্ধান্ত কৰে।

অহা ১৫ দিনৰ ভিতৰত যদি সাংবাদিক চক্ৰবৰ্তীয়ে তেওঁৰ উক্ত বক্তব্য ৰাজহুৱাভাৱে প্ৰত্যাহাৰ নকৰে তেন্তে মায়ামৰা সমাজে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে সাংবাদিকগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়।

উল্লেখ কৰিব পাৰি যে সাংবাদিকজনে সততে বিতৰ্কিত আৰু ঘৃণা প্ৰকাশক মন্তব্য কৰাৰ বহুতো উদাহৰণ আছে। জাতি, ধৰ্ম, সম্প্ৰদায়ক লৈ একাধিকবাৰ তেওঁ বিতৰ্কিত মন্তব্য কৰি গৰিহণা খাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd