• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আধাৰ, ডাব্বা,হৰতাল, শ্বাদী আদি ভাৰতীয় শব্দ সোমাল এইবাৰ অক্সফ’ৰ্ড ডিক্স’নাৰীত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2020 6:45 pm
05db7a15c0475e372ac3ac8e0c09fce9

ফটো: ইণ্ডিয়া টিভিৰ সৌজন্যত

1.2k
VIEWS
Share on FacebookShare on Twitter

অক্সফ’ৰ্ড এডভান্স্ড লাৰ্ণাৰছ ডিক্স’নাৰীৰ শেহতীয় সংস্কৰণত এইবাৰ কেইবাটাও নতুন ভাৰতীয় শব্দ সন্নিৱিষ্ট হৈছে।

নতুনকৈ সন্নিৱিষ্ট হোৱা ২৬টা ভাৰতীয় ইংৰাজী শব্দৰ ভিতৰত আধাৰ, চাউল,ডাব্বা, হৰতাল আৰু শ্বাদীও অন্তৰ্ভুক্ত হৈছে।

শুকুৰবাৰে মুকলি কৰা ডিক্স’নাৰীখনৰ দশম সংস্কৰণটোত মুঠতে ৩৮৪টা ভাৰতীয় ইংৰাজী শব্দ সন্নিৱিষ্ট হৈছে।

আনহাতে, ডিক্স’নাৰীখনত ১,০০০তকৈ অধিক নতুন শব্দ অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ ফেক নিউজ আৰু মাইক্ৰ’প্লাষ্টিকৰ দৰে শব্দ নতুনকৈ সন্নিৱিষ্ট হৈছে।

সংস্কৰণটোত সন্নিৱিষ্ট ২৬টা নতুন ভাৰতীয় ইংৰাজী শব্দৰ ভিতৰত ২২টা ইয়াৰ ছপা ডিক্স’নাৰীখনত আৰু বাকী চাৰিটা ইয়াৰ ডিজিটেল সংস্কৰণত স্থান পাইছে।

নতুনকৈ সন্নিৱিষ্ট হোৱা ভাৰতীয় ইংৰাজী শব্দ চাৰিটা হৈছে কাৰেন্ট (ইলেক্ট্ৰচিটিৰ বাবে), লুটাৰ (looter),লুটিং( looting)আৰু উপজিলা।

অক্সফ’ৰ্ড এডভান্স্ড লাৰ্ণাৰছ ডিক্স’নাৰীয়ে বিগত প্ৰায় আঠটা দশক ধৰি ইংৰাজী ভাষাৰ শিকাৰুসকলৰ বাবে অত্যন্ত উপযোগী সাৰথি হিচাপে কাম কৰি আহিছে।

৭৭ বছৰীয়া অক্সফ’ৰ্ড এডভান্স্ড লাৰ্ণাৰছ ডিক্স’নাৰীখন ১৯৪২ চনত প্ৰথম জাপানত ছপা হৈছিল আৰু পাছত ১৯৪৮ চনত অক্সফ’ৰ্ড য়ুনিভাৰ্ছিটি প্ৰেছে লৈ আনে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd