• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অমিত শ্বাহ, মুখ্য মন্ত্ৰী সোণোৱালৰ উপস্থিতিত নতুন দিল্লীত স্বাক্ষৰিত হ’ল বড়ো চুক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2020 2:37 pm
Bodo-Accord-750x375
4.6k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বড়ো নেতৃত্বই শান্তি চুক্তিত স্বাক্ষৰ কৰে।

আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত স্বাক্ষৰিত হোৱা চুক্তিখনত এন ডি এফ বিৰ আটাইকেইটা গোটেই স্বাক্ষৰ কৰে।

বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, এবছুৰ সভাপতি প্ৰমোদ বড়োৱেও চুক্তিখনত স্বাক্ষৰ কৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জানিবলৈ দিয়ে যে বড়োলেণ্ডৰ বিদ্ৰোহী গোটৰ ১৫৫০ গৰাকী বিদ্ৰোহীয়ে এই চুক্তিৰ জৰিয়তে আজি মূলসুঁতিলৈ ঘুৰি আহিল।

সুকীয়া বড়োলেণ্ডৰ দাবী কৰা চাৰিটা গোটে হিংসা পৰিহাৰ কৰি আজি শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ কথাও কোৱা হৈছে। ইয়াৰ পাছত আৰু কোনো সুকীয়া বড়োলেণ্ডৰ দাবী উত্থাপিত নহয় বুলি অমিত শ্বাহে জানিবলৈ দিয়ে।

চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত অমিত শ্বাহে কয় যে ১৯৮৭ চনৰ পৰা চলি থকা এই আন্দোলনটো হিংসাত্মক হৈ পৰিছিল আৰু ইয়াত ২৮২৩ লোকৰ সংঘৰ্ষত মৃত্যু হয়।

ইয়াত ৯৪৯ গৰাকী বড়ো সংগঠনসমূহৰ সদস্যৰ লগতে ২৩৯ গৰাকী সুৰক্ষা বাহিনীৰ লোক নিহত হয়।

নতুনকৈ গঠন হ’বলগীয়া বি টি আৰ অৰ্থাৎ বড়ো টেৰিটৰিয়েল ৰিজনত সুকীয়া বিশ্ববিদ্যালয়, কিছু ৰাজনৈতিক ক্ষমতা, বড়ো ভাষাৰ সম্প্ৰসাৰণ আদি কৰা হ’ব।

তদুপৰি, ভৌগোলিক তথা ৰাজনৈতিক অধিকাৰসমূহৰ বিষয় চূড়ান্ত কৰাৰ বাবে এখন নিৰীক্ষণ কমিটি গঠন কৰা হ’ব।

Recent News

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd