• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰা পৰিয়ালৰ সদস্য আদনান চামিক পদ্মশ্ৰী দিয়াক লৈ চৰকাৰক সমালোচনা কংগ্ৰেছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2020 6:04 pm
Adnan Sami
809
VIEWS
Share on FacebookShare on Twitter

বলিউদী গায়ক তথা সংগীত শিল্পী আদনান চামিক পদ্মশ্ৰী সন্মান আগবঢ়োৱাত অসন্তুষ্টি প্ৰকাশ কৰি দেওবাৰে কংগ্ৰেছে মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে।

কিয় অসমত এন আৰ চিৰ জৰিয়তে কাৰ্গিল যুদ্ধৰ সৈনিক মহম্মদ চানাউল্লাহক বিদেশী ঘোষণা কৰা হ’ল আৰু পাকিস্তান এয়াৰ ফ’ৰ্চৰ পাইলটৰ পুত্ৰক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হ’ল বুলিও কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰে।

উল্লেখ্য যে দেশৰ ৭১ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে যোৱা ২৫ জানুৱাৰিত ঘোষণা কৰা ১১৮ গৰাকী পদ্মশ্ৰী সন্মানৰ তালিকাত আদনান চামিৰ নামো অন্তৰ্ভুক্ত আছে।

গৃহ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তালিকাত আদনান চামিৰ গৃহ চহৰ মহাৰাষ্ট্ৰ বুলি উল্লেখ কৰা হৈছে।

লণ্ডনত জন্মগ্ৰহণ কৰা চামিয়ে ২০১৫ চনত ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন জনাইছিল আৰু ২০১৬ চনত নাগৰিকত্ব লাভ কৰিছিল।

এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক চোকা সমালোচনা কৰি কংগ্ৰেছৰ মুখপাত্ৰ জয়বীৰ চেৰগিলে কয়, ‘কাৰ্গিল যুদ্ধৰ সৈনিক তথা সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া মহম্মদ চানাউল্লাহক এন আৰ চিৰ জৰিয়তে বিদেশী ঘোষণা কৰা হ’ল আৰু ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰা পৰিয়ালৰ আদনান চামিক পদ্মশ্ৰীৰে সন্মানিত কৰিব। এয়াই এন আৰ চিৰ যাদু আৰু চৰকাৰী চামচাগিৰী!’

উল্লেখ্য যে আদনান চামিক পদ্মশ্ৰী সন্মান আগবঢ়োৱাক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত বিভিন্ন লোকে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰা পৰিলক্ষিত হৈছে।

চনু নিগমৰ দৰে শিল্পীক উপেক্ষা কৰি কিয় আদনান চামিক পদ্মশ্ৰীৰ দৰে দেশৰ সৰ্বোচ্চ অসামৰিক সম্মান প্ৰদান কৰা হ’ল তাক লৈ উত্থাপিত হৈছে বিভিন্ন প্ৰশ্ন।

Recent News

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd