• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰ’না আতংক; চীনত আবদ্ধ ৪২৩ গৰাকী ভাৰতীয়ক লৈ দিল্লীত উপস্থিত এয়াৰ ইণ্ডিয়াৰ বিমান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2020 8:16 am
AIR India

যাত্ৰীৰ সৈতে এয়াৰ ইণ্ডিয়াৰ বিমান

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনত অব্যাহত থকা ক’ৰ’না ভাইৰাছৰ সংহাৰৰ সময়ত দেশখনৰ বুহান প্ৰদেশত বন্দী হৈ থকা ভাৰতীয় লোকসকলক লৈ ভাৰতত উপস্থিত হৈছে এয়াৰ ইণ্ডিয়াৰ ডবল ডেকাৰ জম্বো ৭৪৭ বিমান।

শুকুৰবাৰে নিশা ৪২৩ গৰাকী যাত্ৰীক লৈ এয়াৰ ইণ্ডিয়াৰ বিমানখনে চীনৰ বুহানৰ পৰা ভাৰত অভিমুখে উৰা মাৰিছিল।

Apply Now

বিমানখনত দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পাতালৰ পাঁচ গৰাকী চিকিৎসকৰ দল এটাও মজুত আছিল।

চিকিৎসকৰ দলটোৰ উপৰিও পেৰা মেডিকেল দলো উপস্থিত আছিল।

ইয়াৰোপৰি, ভাৰতীয় চিকিৎসকৰ দলটোৱে পাঁচবিধ প্ৰয়োজনীয় ঔষধ, মাস্ক আদি সামগ্ৰীও লৈ গৈছিল।

চীনৰ পৰা ভাৰতীয় লোকসকলক লৈ শুকুৰবাৰে নিশা উৰা মৰা বিমানখনে শনিবাৰে ৰাতিপুৱা ৭ বজাত নতুন দিল্লীত উপস্থিত হয়।

উল্লেখযোগ্য যে, চীনৰ বুহান প্ৰদেশৰ প্ৰান্তীয় ৰাজধানী হুবেই ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ মুখ্য অঞ্চল হিচাপে বিবেচিত হৈছে।

জানিব পৰা মতে, উক্ত অঞ্চলত ভাৰতৰ প্ৰায় ৭০০ গৰাকী লোক আছে।

এই ৭০০ গৰাকী ভাৰতীয় লোকৰ ভিতৰত অধিকাংশই চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আৰু গৱেষক ছাত্ৰ।

নিউজ এজেঞ্চি পিটিআইৰ ৰিপোৰ্ট অনুসৰি ইতিমধ্যে বহু ভাৰতীয় ছাত্ৰই উৎসৱ আৰু ছুটীৰ বাবে নিজৰ দেশলৈ উভতি আহিছে।

চীনৰ বুহান প্ৰদেশৰ বিমান বন্দৰ সাময়িকভাৱে বন্ধ কৰি ৰখা হৈছিল যদিও চীনত আবদ্ধ হৈ থকা বিভিন্ন দেশৰ যাত্ৰীসকলক নিজ নিজ দেশলৈ ওভটাই অনাৰ বাবে বিমান বন্দৰটো মুকলি কৰি দিয়া হৈছিল।

চীনৰ পৰা আহি ভাৰতত উপস্থিত হোৱা ৪২৩ গৰাকী লোকৰ আজি শৰীৰৰ পৰীক্ষণ সম্পন্ন কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd