• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এহাজাৰতকৈয়ো অধিক চলচ্চিত্ৰত অভিনয়েৰে গীনিজ বুকত নাম অন্তৰ্ভুক্ত কৰা অভিনেতা ব্ৰহ্মানন্দম

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2020 11:34 am
dc-Cover-t9iveh1ulspbk8e02bsmjo9vv0-20180608235715.Medi

দক্ষিণৰ অভিনেতা ব্ৰহ্মানন্দম।

11.9k
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ সমান্তৰালকৈ দক্ষিণ ভাৰতৰ চলচ্চিত্ৰয়ো ভাৰতত বিশেষ জনপ্ৰিয়তা লাভ কৰি আহিছে। সকলোৱে কোনো নহয় কোনো এখন দাক্ষিণ্যত্যৰ ছবি নিশ্চয় চাইছে।

দক্ষিণৰ ছবিৰ অভিনেতাসকলৰ ভিতৰত কামাল হাছান, ৰজনীকান্ত, চিৰঞ্জীৱ, নাগাৰ্জুন, প্ৰভু দেবা,মামুঠিকে ধৰি বৰ্তমানৰ প্ৰভাস, মহেশ বাবু আদি দেশৰ সকলো প্ৰান্তৰ দৰ্শকৰে একোখন পৰিচিত মুখ হৈ পৰিছে।

দক্ষিণৰ ছবিৰ এজন অভিনেতা সকলোৰে পৰিচিত হৈ পৰিছে। তেওঁৰ নাম ব্ৰহ্মানন্দম। ব্ৰহ্মানন্দম তেলেগু ছবিৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা আৰু তেওঁক প্ৰায়বোৰ তেলেগু ছবিতে দেখা যায়।

কোনোবাই তেলেগু চিনেমা চাওক বা নাচাওক ব্ৰহ্মনন্দমক অৱশ্যেই দেখিছে।

১ ফেব্ৰুৱাৰিত ব্ৰহ্মানন্দমৰ ৬৩ সংখ্যক জন্মদিন। জন্মদিনৰ দিনটোত ছচিয়েল মিডিয়াত ট্ৰেণ্ডত আছে অভিনেতাগৰাকী। অনুৰাগীসকলে তেওঁক জন্মদিনৰ শুভেচ্ছাৰে ওপচাই পেলাইছে।

১৯৮৭ চনত চলচ্চিত্ৰ জগতত ভুমুকি মৰা ব্ৰহ্মানন্দমে বৰ্তমানলৈকে ১,০০০তকৈয়ো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।

ব্ৰহ্মানন্দমক দক্ষিণৰ সকলো ছুপাৰষ্টাৰৰ সৈতে অভিনয় কৰা দেখা গৈছে। তেওঁ তেলেগুৰ লগতে কানাড়া আৰু তামিল চলচ্চিত্ৰতো অভিনয় কৰিছে।

ব্ৰহ্মানন্দমক তেওঁৰ সুন্দৰ কমেডি অভিনয়ৰ বাবে সকলোৱে মনত ৰাখিছে।

ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢোৱা বৰঙণিৰ বাবে ব্ৰহ্মানন্দমক ২০১৯ বৰ্ষত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে।

ব্ৰহ্মানন্দমে জীৱিত কালত আটাইতকৈ বেছি চলচ্চিত্ৰত অভিনয় কৰাৰ বিশ্ব ৰেকৰ্ডৰে গীনিজ বুকত নাম অন্তৰ্ভুক্ত কৰিছে।

অন্ধ্ৰ প্ৰদেশত জন্ম গ্ৰহণ কৰা ব্ৰহ্মানন্দমৰ  পত্নীৰ নাম লক্ষ্মী আৰু তেওঁৰ দুগৰাকী পুত্ৰ হৈছে ৰাজাগৌতম আৰু সিদ্ধাৰ্থ।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd