• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শংকৰ সংঘৰ অধিৱেশনলৈ মন্ত্ৰী বিধায়কক নামাতিবলৈ আহ্বান আছু আৰু ৩০ সংগঠনৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
February 2, 2020 5:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থা, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,৩০ টা জনগোষ্ঠীয় সংগঠন আৰু শিল্পী সমাজে বোকাখাতৰ ৰাজহুৱা খেল পথাৰত আজি ‘জনতাৰ ৰণশিঙা’ নামৰ এক অনুষ্ঠান অনুষ্ঠিত কৰে।

অনুষ্ঠানত আছুৰ উপদেষ্টা সমুজ্জল ভট্টচাৰ্য, সভাপতি দিপাঙ্কৰ নাথ, সম্পাদক লুৰিণজ্যোতি গগৈ, জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাই, অভিনেতা অৰুণ হাজৰিকা, অভিনেত্ৰী অমৃতা গগৈয়ে অংশগ্ৰহণ কৰে।

Apply Now

আছুৰ সম্পাদক লুৰিণ জ্যোতি গগৈ আৰু অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমায়ে অসম সাহিত্য সভাৰ লগতে বোকাখাতৰ কমাৰগাঁৱত অনুষ্ঠিত হ’ব লগা শংকৰ সংঘৰ অধিৱেশনৰ প্ৰাকক্ষণত সংঘই লোৱা স্থিতিক সমালোচনা কৰি কয়, ‘জাতিৰ এই সংকটৰ সময়ত আপোনালোকে যদি কঠোৰ নহয় তেন্তে আপোনালোকৰ বিৰুদ্ধেও আমি আৱাজ উঠাম।’

‘শংকৰদেৱে গঢ় দিয়া অসমীয়া সমাজখন ভাঙি থানবান কৰিব বিচৰা এই চৰকাৰ আৰু চৰকাৰৰ যিসকল বিশ্বাসঘাটক প্ৰতাৰক মন্ত্ৰী বিধায়ক আছে সেইসকলক অধিৱেশণলৈ নিমন্ত্ৰণ কৰিলে আপোনাসৱকো অসমৰ ৰাইজে ক্ষমা নকৰিব’ লুৰিণ গগৈয়ে কয়।

আছুৰ উপদেষ্টা সমুজ্জল ভট্টচাৰ্যই সৰ্বানন্দ সোনোৱাল চৰকাৰক ‘মানুহ মৰা চৰকাৰ’ বুলি অভিহিত কৰি ‘কা’ বিৰোধী আন্দোলনত ৫ জন নিৰিহ লোকক গুলীয়াই হত্যা কৰা হৈছিল যদিও আজি পৰ্যন্ত চৰকাৰৰ এজনো মন্ত্ৰী-বিধায়কে এই বিষয়ত মাত মতা নাই বুলি সমালোচনা কৰে।

আছুৰ সভাপতি দিপাংকৰ নাথে ‘অসম বিদেশীৰ দাষ্টবিন নহয়’ বুলি মন্তব্য কৰি কয়, ‘বিভিন্নজনে বিভিন্ন ধৰণে মানুহক উচটাইছে। বৰাকৰ মানুহক উচটাইছে যে আমি হেনো বঙালী বিৰোধী। কিন্তু আমি স্পষ্টভাৱে কওঁ যে বৰাকত বসবাস কৰা লোকে ৬০ চনৰ ভাষা আইন মতে বৰাকত বঙালী ভাষা ক’ব আৰু অসমত থকা বঙালী মানুহে অসমীয়া আৰু বঙালী দুয়োটা ভাষাই ক’ব। এই বিষয়ত মতবিৰোধ থাকিব নোৱাৰে।’

বোকাখাতৰ ৰাজহুৱা খেলপথাৰত সমবেত হোৱা বিশাল জনসমাগমক উদ্দেশ্যি অভিনেত্ৰী অমৃতা গগৈয়ে সকলোকে অনুৰোধ কৰি কয়, ‘অসমৰ নৱ প্ৰজন্মক শিক্ষিত কৰি তোলক যাতে তেওঁলোকে অসমৰ বুৰঞ্জী জানে। ভৱিষ্যতে অসমৰ বদন বৰফুকনসকলক চিনি পায়।’

আনহাতে অনুষ্ঠান চলি থকাৰ সময়তে বোকাখাত আৰক্ষীয়ে স্থানীয় আছু কৰ্মী ৰাহুল ধনুকা, প্ৰাঞ্জল দত্ত, বিশ্বজিত দেৱনাথ, ৰাহুল ছেত্ৰীক আটক কৰা ঘটনাক সমবেত সকলোয়ে গৰিহণা দিয়ে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd