• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত আৰক্ষীৰ অভিযানত চুৰি বলেৰ’ পিকআপ ভ্যান জব্দ

উত্তম শইকীয়া by উত্তম শইকীয়া
February 4, 2020 2:32 pm
Bolero pick up Van

উদ্ধাৰ হোৱা বলেৰো পিক আপ ভ্যানখন

259
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ ৰজাবাৰীত আজি ৰাতিপুৱা বোকাখাত আৰক্ষীৰ যানবাহন শাখাই এখন চুৰি বলেৰ’ পিকআপ ভ্যান জব্দ কৰে৷

ফাইবাৰ প্লেটত লিখি আঠা দি নম্বৰ প্লেট লগাই অনা এনএল-০৭এ-৮৬১৮ নম্বৰৰ পিকআপ ভ্যানখন পৰিতক্ত অৱস্থাত আৰক্ষীয়ে জব্দ কৰে৷

বাহনখনৰ প্ৰকৃত নম্বৰটো বাহনৰ বডিত লিখা আছিল যদিও চোৰে সেই নম্বৰৰ ওপৰত ক’লা ৰং সানি দিছিল৷

ক’লা ৰং আতৰাই দিয়াত বাহনখনৰ প্ৰকৃত নম্বৰ এএছ-০২বিচি-৭৮৬৮ ওলাই পৰে৷

আনহাতে, বাহনখনৰ প্ৰকৃত নম্বৰৰ পৰা বাহনখনৰ গৰাকী নগাঁৱৰ আকলিমা বেগম বুলি জানিব পৰা গৈছে৷

ইপিনে, পিকআপ ভ্যানখনত এখন নকল আৰ চিও উদ্ধাৰ হৈছে য’ত বাহনখনত ফাইবাৰ প্লেটেৰে ব্যৱহাৰ কৰা নম্বৰৰ বিপৰীতে ডিমাপুৰৰ নতুন বস্তিৰ ৱাই কিকন নামৰ এজন ব্যক্তিৰহে নাম পোৱা গৈছে৷

জব্দ কৰা পিকআপ ভ্যানখন বোকাখাত আৰক্ষী থানালৈ আনি সম্প্ৰতি অধিক তথ্যৰ বাবে অনুসন্ধান আৰম্ভ কৰিছে যানবাহন আৰক্ষীয়ে৷

ইফালে দেওবাৰে নিশা বোকাখাতৰ আৰক্ষীয়ে চোৰাং কাঠ ভৰ্তি এখন পিকআপ ভ্যানো জব্দ কৰিছে৷

চোৰাং কাঠ কঢ়িয়াই অনা গাড়ীখন বোকাখাতৰ ম’হ মাইকী গাঁওৰ আমকা জয়চোৱালৰ বুলি আৰক্ষীয়ে জনাইছে৷

উল্লেখযোগ্য যে, বোকাখাতত বন বিভাগে নহয় বনধ্বংশ প্ৰতিৰোধৰ বাবে আৰক্ষীয়েহে পদক্ষেপ গ্ৰহণ কৰিছে৷

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd