• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছত সংকটত ভোডাফোন আইডিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2020 8:42 am
Vodafone-1140x570

প্ৰতিনিধিত্বমূলক ফটো

1.9k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এডজাষ্টেড গ্ৰছ ৰেভিনিউ (এ জি আৰ)ৰ আদায় দিবলগীয়া  থকা টকা আদায় দিয়াৰ বাবে তৎপৰ হৈ পৰিছে টেলিকম সংস্থাসমূহ।

সোমবাৰৰ ভিতৰতে এয়াৰেটেল, ভোডাফোন, আইডিয়া আৰু টাটাই তেওঁলোকৰ অনাদায়ী টকা পৰিশোধ কৰিব বুলি জানিব পৰা গৈছে।

ইয়াৰ অন্যথা এই টেলিকম সংস্থাসমূহৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।

এ জি আৰৰ বাবদ টেলিকম সংস্থাসমূহৰ পৰা কেন্দ্ৰই মুঠ ১ লাখ ৪৭ হাজাৰ কোটি টকা পাবলৈ আছে।

ইয়াৰ ভিতৰত ভাৰতী এয়াৰটেল, ভোডাফোন, আইডিয়া আৰু টাটা টেলি চাৰ্ভিছৰ পৰাই কেন্দ্ৰই পাবলগীয়া টকাৰ পৰিমান ১ লাখ কোটি টকাৰো অধিক।

উক্ত তিনিটা টেলিকম সংস্থাই এতিয়াই তেওঁলোকৰ অনাদায়ী সম্পূৰ্ণ টকা পৰিশোধ কৰাটো সম্ভৱ নহয় বুলি দূৰ সংযোগ বিভাগত জনাই দিছে। তেওঁলোকে মুঠ বাকী থকা টকাৰ এটা অংশ এতিয়া আদায় দিব বুলিও জনাইছে।

এই টেলিকম সংস্থাই অহা দিনত বাকী থকা টকাৰ কিমান পৰিমান পৰিশোধ কৰে তালৈ বাট চাইছে কেন্দ্ৰীয় চৰকাৰে। বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়া মতে এই তেওঁলোকৰ জমা দিয়া টকাৰ পৰিমান জনাৰ পাছতে গোটেই বিষয়টো পৰ্যালোচনা কৰা হ’ব।

আনহাতে, টেলিকম সংস্থাসমূহৰ অনাদায়ী ধন আদায়ৰ ক্ষেতেৰত অধিক সময় দিবলৈ আগ্ৰহী নহয় কেন্দ্ৰ।

উল্লেখযোগ্য যে বিগত ২৪ অক্টোবৰৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ ২৩ জানুৱাৰিৰ ভিতৰত টেলিকম সংস্থাসমূহক প্ৰায় ১ লাখ ৪৭ হাজাৰ কোটি অনাদায়ী টকা পৰিশোধ কৰিবলৈ কৈছিল।

সুদীৰ্ঘ ১৪ বছৰ ধৰি চলা এটা গোচৰত টেলিকম সংস্থাসমূহক লাইচেন্স আৰু স্পেকট্ৰাম ব্যৱহাৰৰ মাচুল হিচাপে এই টকা আদায় দিবলৈ কোৱা হৈছিল। ইয়াৰ বিতৰত আধা অংশ সুত আৰু জৰিমনা।

এতিয়া এনে বৃহৎ ধন আদায় দিবলৈ বাধ্য হোৱা টেলিকম সংস্থা ভোডাফোন আইডিয়াৰ সন্মুখত এক ডাঙৰ সংকটে দেখা দিছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd