• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাথ-যোগী পৰিষদত বৃহৎ কেলেংকাৰি, দাবী আৰ টি আই কৰ্মী ইন্দ্ৰেশ্বৰ নাথৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
February 18, 2020 4:39 pm
Indreshwar Nath

সংবাদমেলত অভিযন্তা তথা সক্ৰিয় আৰ টি আই কৰ্মী ইন্দ্ৰেশ্বৰ নাথ।

1.3k
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ আমোলতে গঠিত নাথ- যোগী উন্নয়ন পৰিষদত এতিয়া কোটি কোটি টকাৰ কেলেংকাৰি।

অভিযন্তা তথা সক্ৰিয় আৰ টি আই কৰ্মী ইন্দ্ৰেশ্বৰ নাথে আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেল দি তেওঁ আৰ টি আই আৱেদন কৰিবলৈ গৈ বিভিন্ন অনিয়মৰ বিষয়ে গম পোৱা বুলি দাবী কৰিছে।

নাথে কয়, কংগ্ৰেছৰ শাসন কালত ২০১১- ২০১৫ চনৰ ভিতৰত ১৩ কোটি ৩৯ লাখ আৰু বিজেপি চৰকাৰৰ দিনত ২০১৭-২০১৮ বৰ্ষত ৩২ লাখ টকা দিছিল নাথ যোগী পৰিষদৰ উন্নয়নৰ বাবে৷

কিন্ত তেওঁ আৰ টি আই আবেদন কৰিছিল ১৩ কোটি ৩৯ লাখ টকাৰ কি কি কাম কৰিলে সেই কথা জানিবলৈ। সঞ্চালকৰ কাৰ্য্যালয়ৰ আৰ টি আই বিষয়া এজনে তেওঁক ইয়াৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে কয়, অফিচত হিচাপো নাই ফাইলো নাই৷

তেতিয়া নাথে সেইটোকে জনাই লিখি এটা ৰিপ’ৰ্ট দিয়ক বুলি কোৱাত আজি পৰ্য্যন্ত তেওঁ সেয়া পাবলৈ সক্ষম নহ’ল।

নাথে এই বৃহৎ পৰিমাণৰ ধন ক’ত হেৰাল তাক লৈ চি বি আই তদন্তৰ বাবে মুখ্য মন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছে।

৩২ লাখ টকাৰে ফুটবল ক’চিং, লোকনৃত্য প্ৰশিক্ষণ আৰু ড্ৰাইভাৰ প্ৰশিক্ষণ দিয়া বুলি পৰিষদে কয় যদিও নাথৰ মতে এই সমূহো ভুৱা।

নাথৰ প্ৰশ্ন- নাথ-যোগী পৰিষদৰ অধ্যক্ষ ধীৰেন নাথ,আৰু উপাধ্যক্ষ কৃতিনাথ ডাঙৰীয়াই ক’ত খৰচ কৰিলে এই বৃহৎ পৰিমাণৰ ধন?

ইয়াৰ তদন্ত কৰি দোষীক শীঘ্ৰে উচিত শাস্তি দিয়াৰ বাবে মুখ্য মন্ত্ৰী ডাঙৰীয়াক আহ্বান জনায় আৰ টি আই কৰ্মীজনে।

উল্লেখ কৰিব পাৰি যে কংগ্ৰেছ চৰকাৰে ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীবোৰৰ উন্নয়নৰ বাবে মুঠ ১৪খন উন্নয়ন পৰিষদ গঠন কৰিছিল, যাৰ ভিতৰত নাথ-যোগী পৰিষদো অন্যতম।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd