• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কা বিৰোধী কবিতাৰ বাবে এজন কবি আৰু সম্পাদকক গ্ৰেপ্টাৰ কৰ্ণাটক আৰক্ষীৰ

উত্তৰ কৰ্ণাটকৰ ক’প্পাল জিলাত গ্ৰেপ্টাৰ কৰে কবি চিৰাজ বিচাৰাল্লী আৰু সম্পাদক ৰাজাবাক্সী এইছ ভিক কৰ্ণাটক আৰক্ষীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2020 9:41 am
kannada-poet-journalist1

গ্ৰেপ্টাৰ হোৱা কবি চিৰাজ (সোফালে) আৰু সম্পাদক ৰাজাবাক্সী, ফ'টো সৌজন্য- ইন্টাৰনেট

1.4k
VIEWS
Share on FacebookShare on Twitter

এটা কা বিৰোধী কবিতাৰ বাবে কৰ্ণাটকত আৰক্ষীয়ে গ্ৰেপ্টাৰ কৰিছে এজন কবি আৰু সম্পাদকক।

উত্তৰ কৰ্ণাটকৰ ক’প্পাল জিলাত গ্ৰেপ্টাৰ কৰে কবি চিৰাজ বিচাৰাল্লী আৰু সম্পাদক ৰাজাবাক্সী এইছ ভিক কৰ্ণাটক আৰক্ষীয়ে।

‘যেতিয়া তুমি তোমাৰ ডকুমেন্টছ দিবা?’ শীৰ্ষক কবিতাটো কবি বিচাৰাল্লীয়ে এনেগুণ্ডা বাৰ্ষিক সাংস্কৃতিক উৎসৱত আবৃত্তি কৰিছিল। উক্ত কবিতাটোৰ আবৃত্তিৰ ভিডিঅ’টো ‘কান্নাড়ানেট.কম’ৰ সম্পাদক ৰাজাবাক্সীয়ে এইছ ভিয়ে যোৱা ১৪ ফেব্ৰুৱাৰীত চ’ছিয়েল মেডিয়াত ভাইৰেল কৰিছিল।

যোৱা ২৪ জানুৱাৰীত বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক শিবু আৰাকেৰীয়ে এই ভিডিঅ’টোৰ বিৰুদ্ধে গণৱঠি গ্ৰাম্য আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। সেই এজাহাৰ ভিত্তিতে কিব আৰু সম্পাদকজনক কৰ্ণাটক আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ চেকচন ৫০৫ অধীনত গ্ৰেপ্টাৰ কৰে।

বিচাৰাল্লী আৰু ৰাজাবাক্সীয়ে মঙ্গলবাৰে জিলা ক’ৰ্ট আত্মসমৰ্পণ কৰি অন্তৱৰ্তী জামিন আবেদন কৰিছিল যদিও আদালতে সেই জামিন আবেদন নাকচ কৰে।

‘এজন বিজেপি নেতাৰই ভাৰতীয় দণ্ডবিধি আইনৰ ৫০৫ ধাৰাৰ অধীনত চিৰাজ আৰু ৰাজাবাক্সীৰ বিৰুদ্ধে গোজৰ ৰুজুৰ কৰিছিল। তেওঁলোক দুয়ো আদালত আত্মসৰ্পণ কৰে। গোচৰটোৰ তদন্ত আৰম্ভ কৰা হৈছে।’ গংগাৱতীৰ আৰক্ষীৰ উপ অধীক্ষক বি পি চন্দ্ৰশেখৰে এইদৰে কয়।

উল্লেখ্য যে, এনেগুণ্ডী উৎসৱ পাঁচ বছৰৰ বিৰতিৰ পিছত এইবাৰ আয়োজন কৰা হৈছিল আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে য়েডুয়াৰাপ্পাই উপ মুখ্যমন্ত্ৰী চি এম লক্ষ্মণ চাভিদি আৰু সাংস্কৃতিক পৰিক্ৰমাৰ মন্ত্ৰী চি টি ৰবিৰ উপস্থিতিত যোৱা ৯ জানুৱাৰীত মুকলি কৰিছিল।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd