• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলৰ জনজাতিৰ সহযোগত মীনাই গঢ়ি তুলিছে এখন ব্যতিক্ৰমী পক্ষী উদ্যান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2020 3:36 pm
bugun

ঈগলনেষ্ট বন্যপ্ৰাণী উদ্যান, অৰুনাচল, ফ'টো সৌজন্য- ইন্টাৰনেট

576
VIEWS
Share on FacebookShare on Twitter

নীমা  গ্ল’উ। অৰুনাচলৰ এগৰাকী অতি সাহসী মহিলা  প্ৰকৃতিবিদ। তেওঁৰ প্ৰচেষ্টাতে চিংচুং গাঁৱত গঢ়ি উঠিছে এখন পক্ষী উদ্যান। যিখনলৈ বিশ্বৰ প্ৰকৃতিবিদ সকলৰ দেখা যায় প্ৰৱল আগ্ৰহ আৰু কৌতূহল।

মিলাও টিজাৰ নামৰ এজন অৰুণাচল বন বিভাগৰ এজন সংমণ্ডল বিষয়াই প্ৰথম তাইক দিছিল এই প্ৰস্তাৱ।

টিজাৰে অৰুণাচলৰ চিংচুং গাঁৱত এখন সামূহিক বনানি তথা পক্ষী উদ্যান গঢ়াৰ এটা প্ৰস্তাৱ আগবঢ়ায়। ব’গান লিঅ’চিচা পক্ষীৰ উদ্যান।

কিন্তু সেই গাঁৱৰ অনসূচীত জনজাতীয় গাঁৱবাসীয়ে সেই প্ৰস্তাৱ মানিব ল’ব পৰা নাছিল। তেওঁলোকে ভাবিছিল যে ইয়াৰ দ্বাৰা তেওঁলোকৰ মাটিৰ অধিকাৰ হৰণ কৰা হ’ব।

মীনাই সংকল্প ল’লে যে স্থানীয় জনজাতীয়সকলক লগত লৈ তেওঁ ব’গান লিঅ’চিচা পক্ষী উদ্যানখন গঢ়ি তুলিবই। এই প্ৰচেষ্টা কিন্তু ইমান সহজ নাছিল মীনাৰ কাৰণে। ব’গান লিঅ’চিচা সংৰক্ষণৰ বাবে ই আছিল অতিশয় প্ৰয়োজনীয় পদক্ষেপ। সেয়ে মীনাই অহোপুৰুষাৰ্থ কৰি স্থানীয় জনজাতিসকলক সন্মত কৰালে।

তাৰ পিছত ব’গান লিঅ’চিচা সংৰক্ষণৰ কাম আৰম্ভ কৰিলে তাত। নাম ঈগলনেষ্ট বন্যপ্ৰাণী উদ্যান।

তেজপুৰ পৰা ১৩০ কিলোমিটাৰৰ দৰত্বত অৰুনাচলৰ ৱেষ্ট কামেং জিলাত এই ঈগলনেষ্ট বন্যপ্ৰাণী উদ্যান অৱস্থিত। ২১৭ বৰ্গ কিলোমিটাৰ মাটিকালিৰ এই উদ্যানখনত বিভিন্ন বন্য প্ৰাণী থাকিলেও ই বিশেষ ভাৱে পৰিতিচি লাভ কৰিছে ব’গান লিঅ’চিচাৰ বাবে।

উল্লেখ্য যে  ১৯৯৫ চনত প্ৰথমবাৰ প্ৰকৃতিবিদ ৰমন এথ্ৰেয়াই ব’গান লিঅ’চিচা নামৰ অতিশয় ধুনীয়া আৰু ভাৰতৰ দুষ্পাপ্য এই পক্ষাবিধ আৱিস্কাৰ কৰিছিল। আৰু ২০০৬ চনত এই পক্ষীবিধৰ নাম ব’গান লিঅ’চিচা ৰখা হৈছিল। এই আৱিস্কাৰ আছিল ভাৰতীয় প্ৰকৃতি ইতিহাসৰ বাবে অতি উল্লেখযোগ্য পৰিঘটনা।

এথ্ৰেয়াই এই পক্ষীবিধৰ সংখ্যা গণনা কৰিবলৈ ধৰিলে। এই গণনাত ৩০০০ পক্ষী পোৱা গৈছিল। আৰু ইয়াৰ সংৰক্ষণৰ বাবেই পিছথ মানীই এই উদ্যানখন আৰম্ভ কৰাৰ প্ৰচেষ্টা লয়।

সেই প্ৰচেষ্টাৰ অংশ হিচাপেই ২০১৩ চনত উক্ত অঞ্চলত এই পক্ষী উদ্যানখন গঢ়ি তুলিলে মীনাই স্থানীয় জনজাতিসকলৰ সহযোগত। মীনাই অনুভৱ কৰিছিল যে স্থানীয় লোকৰ সহযোগ অবিহনে এই প্ৰচেষ্টা অসম্ভৱ।

অৱেশ্য মীনাক এই ক্ষেত্ৰত অৰুনাচল বনবিভাগে সহযোগ কৰিছিল।

স্থানীয় জনজাতীসকলৰ প্ৰচেষ্টাত এই উদ্যানখন খুব সময়ৰ ভিতৰতে ইক’টুৰিজিমৰ মুখ্য আকষৰ্ণৰ কেন্দ্ৰ হৈ পৰিছে। অৱশ্যে এই ক্ষেত্ৰত অৰুনাচল চৰকাৰেও সহযোগ কৰিছে।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd