• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অহা মাহৰ পৰা প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ’ব ৰেইল আৰু বাছ সেৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2020 11:29 am
106333692-1578927086679greeneconomyfund_36002

প্ৰতিনিধিত্বমূলক চিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ৰাজধানী নতুন দিল্লীত ৰাজহুৱা খণ্ডৰ বাছত মহিলাৰ বাবে যাত্ৰা সম্পূৰ্ণ বিনামূলীয়া। কিন্তু আপুনি জানেনে যে বিশ্বৰ এনে এখন দেশ, য’ত অহা মাহৰ পৰা ৰেইল আৰু বাছ সেৱা সকলোৰে বাবে বিনামূলীয়া হ’ব।

আপুনি শুনি আঁচৰিত হৈছে যদিও এয়া সম্পূৰ্ণ সত্য। সকলো নাগৰিকৰ বাবে বাছ আৰু ৰেইল সেৱা সম্পূৰ্ণ বিনামূলীয়া কৰিবলৈ ওলোৱা বিশ্বৰ একমাত্ৰ দেশখন হৈছে লাক্সেমবাৰ্গ।

Apply Now

বিশ্বৰ সপ্তম ক্ষুদ্ৰতম ৰাষ্ট্ৰ তথা য়ুৰোপৰ অন্যতম ধনী দেশ হিচাপে পৰিচিত লাক্সেমবাৰ্গত অহা ১ মাৰ্চৰ পৰা ৰেইল, বাছ আৰু ট্ৰাম্পত যাত্ৰাৰ বাবদ কোনো ধৰণৰ মাচুল লোৱা নহ’ব।

এই নতুন নিয়ম কেৱল দেশৰ সাধাৰণ লোকৰ বাবে নহয় পৰ্যটক সকলেও এই সুবিধা লাভ কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ২০১৮ৰ শেষৰভাগত দেশখনৰ প্ৰধান মন্ত্ৰীৰূপে শপত লোৱা জেভিয়েৰ বেটেলে নিৰ্বাচনী প্ৰচাৰৰ সময়ত সকলো ৰাজহুৱা পৰিবহন বিনামূলীয়া কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।

তথ্য অনুসৰি, দেশখনৰ ৬ লাখ বাসিন্দা, ১ লাখ ৭৫ হাজাৰ ক্ৰছ-বৰ্ডাৰ শ্ৰমিক আৰু বছৰেকত দেশখনলৈ যোৱা প্ৰায় ১.২ মিলিয়ন পৰ্যটকে এই সুবিধা লাভ কৰিব।

ধনী আৰু দুখীয়াৰ মাজত থকা প্ৰভেদ নোহোৱা কৰাৰ লক্ষ্যৰে চৰকাৰখনে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে য়ুৰোপৰ দেশসমূহৰ তুলনাত লাক্সেনবাৰ্গত ব্যক্তিগত বাহন ব্যৱহাৰকাৰীৰ সংখ্যা সৰ্বাধিক। দেশখনৰ প্ৰায় ৬০ শতাংশ লোকে কাৰ্যালয়লৈ যোৱাৰ বাবে ব্যৱহাৰ কৰে ব্যক্তিগত বাহন। ইয়াৰ বিপৰীতে মাত্ৰ ১৯ শতাংশ লোকেহে ৰাজহুৱা খণ্ডৰ বাহন ব্যৱহাৰ কৰে।

ইতিমধ্যে দেশখনত ৰাজহুৱা খণ্ডৰ বাহনত প্ৰযোজ্য হৈ আছে ৰাজসাহায্য। দুঘণ্টা যাত্ৰা কৰিলে যাত্ৰীসকলে মাত্ৰ ২ য়ুৰো (ভাৰতীয় মূল্য ১৫৫) আৰু গোটেই দিনটোৰ বাবে দ্বিতীয় শ্ৰেণীৰ টিকটত ৪ য়ুৰো (ভাৰতীয় মূল্য ৩১২) বহন কৰিব লাগে।

ইফালে ২০ বছৰলৈ ছাত্ৰ-ছাত্ৰীসকলে কোনো ধৰণৰ ভাড়া দিবলগীয়া নহয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd