• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অহা মাহৰ পৰা প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ’ব ৰেইল আৰু বাছ সেৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2020 11:29 am
106333692-1578927086679greeneconomyfund_36002

প্ৰতিনিধিত্বমূলক চিত্ৰ

43.6k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ৰাজধানী নতুন দিল্লীত ৰাজহুৱা খণ্ডৰ বাছত মহিলাৰ বাবে যাত্ৰা সম্পূৰ্ণ বিনামূলীয়া। কিন্তু আপুনি জানেনে যে বিশ্বৰ এনে এখন দেশ, য’ত অহা মাহৰ পৰা ৰেইল আৰু বাছ সেৱা সকলোৰে বাবে বিনামূলীয়া হ’ব।

আপুনি শুনি আঁচৰিত হৈছে যদিও এয়া সম্পূৰ্ণ সত্য। সকলো নাগৰিকৰ বাবে বাছ আৰু ৰেইল সেৱা সম্পূৰ্ণ বিনামূলীয়া কৰিবলৈ ওলোৱা বিশ্বৰ একমাত্ৰ দেশখন হৈছে লাক্সেমবাৰ্গ।

বিশ্বৰ সপ্তম ক্ষুদ্ৰতম ৰাষ্ট্ৰ তথা য়ুৰোপৰ অন্যতম ধনী দেশ হিচাপে পৰিচিত লাক্সেমবাৰ্গত অহা ১ মাৰ্চৰ পৰা ৰেইল, বাছ আৰু ট্ৰাম্পত যাত্ৰাৰ বাবদ কোনো ধৰণৰ মাচুল লোৱা নহ’ব।

এই নতুন নিয়ম কেৱল দেশৰ সাধাৰণ লোকৰ বাবে নহয় পৰ্যটক সকলেও এই সুবিধা লাভ কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ২০১৮ৰ শেষৰভাগত দেশখনৰ প্ৰধান মন্ত্ৰীৰূপে শপত লোৱা জেভিয়েৰ বেটেলে নিৰ্বাচনী প্ৰচাৰৰ সময়ত সকলো ৰাজহুৱা পৰিবহন বিনামূলীয়া কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।

তথ্য অনুসৰি, দেশখনৰ ৬ লাখ বাসিন্দা, ১ লাখ ৭৫ হাজাৰ ক্ৰছ-বৰ্ডাৰ শ্ৰমিক আৰু বছৰেকত দেশখনলৈ যোৱা প্ৰায় ১.২ মিলিয়ন পৰ্যটকে এই সুবিধা লাভ কৰিব।

ধনী আৰু দুখীয়াৰ মাজত থকা প্ৰভেদ নোহোৱা কৰাৰ লক্ষ্যৰে চৰকাৰখনে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে য়ুৰোপৰ দেশসমূহৰ তুলনাত লাক্সেনবাৰ্গত ব্যক্তিগত বাহন ব্যৱহাৰকাৰীৰ সংখ্যা সৰ্বাধিক। দেশখনৰ প্ৰায় ৬০ শতাংশ লোকে কাৰ্যালয়লৈ যোৱাৰ বাবে ব্যৱহাৰ কৰে ব্যক্তিগত বাহন। ইয়াৰ বিপৰীতে মাত্ৰ ১৯ শতাংশ লোকেহে ৰাজহুৱা খণ্ডৰ বাহন ব্যৱহাৰ কৰে।

ইতিমধ্যে দেশখনত ৰাজহুৱা খণ্ডৰ বাহনত প্ৰযোজ্য হৈ আছে ৰাজসাহায্য। দুঘণ্টা যাত্ৰা কৰিলে যাত্ৰীসকলে মাত্ৰ ২ য়ুৰো (ভাৰতীয় মূল্য ১৫৫) আৰু গোটেই দিনটোৰ বাবে দ্বিতীয় শ্ৰেণীৰ টিকটত ৪ য়ুৰো (ভাৰতীয় মূল্য ৩১২) বহন কৰিব লাগে।

ইফালে ২০ বছৰলৈ ছাত্ৰ-ছাত্ৰীসকলে কোনো ধৰণৰ ভাড়া দিবলগীয়া নহয়।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd