• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

একনায়কত্ববাদী শাসক উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জঙৰ পত্নীয়ে মানি চলিবলগীয়া ১০ টা নিয়ম জানিবলৈ পঢ়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 29, 2020 9:06 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন অতি দৃঢ়মনা আৰু একনায়কত্ববাদী ৰাষ্ট্ৰপ্ৰধান হিচাপে সমগ্ৰ বিশ্বতে চৰ্চিত উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং।

এইবাৰ এইজনা ৰাষ্ট্ৰপ্ৰধানৰ পত্নীয়েও সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

Apply Now

অৱশ্যে তেওঁ পত্নীয়ে নিজে কৰা কামৰ বাবে সংবাদ মাধ্যমৰ চৰ্চালৈ অহা নাই।

স্বামী জঙে নিৰ্ধাৰণ কৰি দিয়া কিছুমান বাধ্যবাধকতা মানি চলাৰ বাবেহে সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে কিম জঙৰ পত্নী ৰি চুই জু।

১. নাম পৰিৱৰ্তন

ৰি চুই জুৰ তেওঁৰ প্ৰকৃত নাম নহয়। পিছে তেওঁক এই নামেৰেই নিজৰ দেশখনৰ লগতে সমগ্ৰ বিশ্বই চিনি পায়। নিজৰ জীৱনৰ অতীতটোৰ লগতেই তেওঁৰ পূৰ্ব নামটোকো বিসৰ্জন দিবলৈ বাধ্য হ’ল জু।

২. নিজৰ গৰ্ভাৱস্থা লুকুৱাই ৰখা

গৰ্ভাৱস্থাক নাৰীৰ অতিকৈ গৰ্বিত আৰু সুখৰ মুহূৰ্ত বুলি গণ্য কৰা হয়। কিন্তু ৰি চুই জুৱে নিজৰ গৰ্ভাৱস্থাক লোকচক্ষুৰ পৰা লুকুৱাই ৰাখিবলৈ বাধ্য হৈছিল। গৰ্ভধাৰণ কৰি থকা সময়ত ঘৰৰ পৰা বাহিৰ হ’বলৈ দিয়া নাছিল তেওঁক।

৩. সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা

সাধাৰণতে দেখা যায় যে বিশ্বৰ প্ৰায়োবাৰ ৰাষ্ট্ৰপ্ৰধানৰ পত্নীয়ে সংবাদ মাধ্যমৰ সন্মুখত নিজকে তুলি ধৰিবলৈ প্ৰয়াস কৰাৰ লগতে স্বামীৰ সৈতে ৰাজহুৱা কাৰ্যসূচীটো উপস্থিত থকা দেখা যায়। কিন্তু ৰি চুই জু সেই অধিকাৰৰ পৰাও বঞ্চিত।

৪. নিজৰ মাক দেউতাক লগ নকৰা

কিম জঙৰ লগত বিয়া হোৱাৰ পৰাই ৰি চুই জুৱে নিজৰ পিতৃ-মাতৃক দেখা কৰা নাই। অৰ্থাৎ পিতৃ-মাতৃক দেখা কৰা পৰাও তেওঁক বঞ্চিত কৰি ৰখা হৈছে।

৫. নিজৰ পোছাক আৰু চুলিৰ ষ্টাইল নিজে পচন্দ কৰিব নোৱাৰা

ৰি চুই জুৱে নিজৰ পোছাক নিজে পচন্দ নকৰে। কিম জঙেহে পোছাক তেওঁৰ পচন্দ কৰি দিয়ে। আনকি চুলিৰ ষ্টাইলো কিম জঙেহে পচন্দ কৰে।

৬.  উত্তৰ কোৰিয়াৰ বাহিৰলৈ যোৱাত বাধা

বিয়াৰ হোৱাৰ পিছত ৰি চুই জুই উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপ্ৰধানৰ পত্নী হ’লেও তেওঁ কেতিয়াও উত্তৰ কোৰিয়াৰ বাহিৰলৈ যোৱাই নাই।অৱেশ্য বিয়াৰ পূৰ্বে তেওঁ এবাৰ দক্ষিণ আফ্ৰিকালৈ গৈছিল। জঙে তেওঁক কোনো বিদেশ ভ্ৰমণতে লগত লৈ যোৱা নাই।

৭. জোৰ জোৰ জবৰদস্তি বিয়া

ৰি চুই জুৱে কিম জঙৰ দেউতাকৰ নিৰ্দেশতহে জঙৰ সৈতে বিয়া হৈছিল। যিটো নিৰ্দেশ তাই অমান্য কৰিব নোৱাৰি ২০০৯ চনত জঙৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

৮. ৰাজহুৱা কাৰ্যসূচীত অনুপস্থিত

ৰি চুই জুৱে কেতিয়াও ৰাজহুৱা কাৰ্যসূচীত উপস্থিত নাথাকে। পতিৰ লগতো তেওঁক ৰাজহুৱা অনুষ্ঠান আৰু কাৰ্যসূচীত উপস্থিত থকা দেখা নাযায়। অৰ্থাৎ তেওঁক ৰাজহুৱা অনুষ্ঠান আৰু কাৰ্যসূচীত উপস্থিত থকাৰ অনুমতি দিয়া নাই স্বামী জঙে।

৯. ল’ৰা সন্তান জন্ম দিবলৈ জোৰ কৰা

ৰি চুই জুৱে প্ৰথম দুগৰাকী ছোৱালী জন্ম দিয়াৰ পিছত এটা ল’ৰা সন্তান জন্ম দিবলৈ জঙে তেওঁক বাধ্য কৰাইছিল।

১০ মানুহক লগ ধৰাত বাধা

ৰি চুই জুৱে অকলে কেতিয়াও উত্তৰ কোৰিয়াৰ মানুহক লগ নকৰে। তেওঁক অকলে মানুহক লগ কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd