• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

একনায়কত্ববাদী শাসক উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জঙৰ পত্নীয়ে মানি চলিবলগীয়া ১০ টা নিয়ম জানিবলৈ পঢ়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 29, 2020 9:06 pm
123.3k
VIEWS
Share on FacebookShare on Twitter

এজন অতি দৃঢ়মনা আৰু একনায়কত্ববাদী ৰাষ্ট্ৰপ্ৰধান হিচাপে সমগ্ৰ বিশ্বতে চৰ্চিত উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং।

এইবাৰ এইজনা ৰাষ্ট্ৰপ্ৰধানৰ পত্নীয়েও সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

অৱশ্যে তেওঁ পত্নীয়ে নিজে কৰা কামৰ বাবে সংবাদ মাধ্যমৰ চৰ্চালৈ অহা নাই।

স্বামী জঙে নিৰ্ধাৰণ কৰি দিয়া কিছুমান বাধ্যবাধকতা মানি চলাৰ বাবেহে সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে কিম জঙৰ পত্নী ৰি চুই জু।

১. নাম পৰিৱৰ্তন

ৰি চুই জুৰ তেওঁৰ প্ৰকৃত নাম নহয়। পিছে তেওঁক এই নামেৰেই নিজৰ দেশখনৰ লগতে সমগ্ৰ বিশ্বই চিনি পায়। নিজৰ জীৱনৰ অতীতটোৰ লগতেই তেওঁৰ পূৰ্ব নামটোকো বিসৰ্জন দিবলৈ বাধ্য হ’ল জু।

২. নিজৰ গৰ্ভাৱস্থা লুকুৱাই ৰখা

গৰ্ভাৱস্থাক নাৰীৰ অতিকৈ গৰ্বিত আৰু সুখৰ মুহূৰ্ত বুলি গণ্য কৰা হয়। কিন্তু ৰি চুই জুৱে নিজৰ গৰ্ভাৱস্থাক লোকচক্ষুৰ পৰা লুকুৱাই ৰাখিবলৈ বাধ্য হৈছিল। গৰ্ভধাৰণ কৰি থকা সময়ত ঘৰৰ পৰা বাহিৰ হ’বলৈ দিয়া নাছিল তেওঁক।

৩. সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা

সাধাৰণতে দেখা যায় যে বিশ্বৰ প্ৰায়োবাৰ ৰাষ্ট্ৰপ্ৰধানৰ পত্নীয়ে সংবাদ মাধ্যমৰ সন্মুখত নিজকে তুলি ধৰিবলৈ প্ৰয়াস কৰাৰ লগতে স্বামীৰ সৈতে ৰাজহুৱা কাৰ্যসূচীটো উপস্থিত থকা দেখা যায়। কিন্তু ৰি চুই জু সেই অধিকাৰৰ পৰাও বঞ্চিত।

৪. নিজৰ মাক দেউতাক লগ নকৰা

কিম জঙৰ লগত বিয়া হোৱাৰ পৰাই ৰি চুই জুৱে নিজৰ পিতৃ-মাতৃক দেখা কৰা নাই। অৰ্থাৎ পিতৃ-মাতৃক দেখা কৰা পৰাও তেওঁক বঞ্চিত কৰি ৰখা হৈছে।

৫. নিজৰ পোছাক আৰু চুলিৰ ষ্টাইল নিজে পচন্দ কৰিব নোৱাৰা

ৰি চুই জুৱে নিজৰ পোছাক নিজে পচন্দ নকৰে। কিম জঙেহে পোছাক তেওঁৰ পচন্দ কৰি দিয়ে। আনকি চুলিৰ ষ্টাইলো কিম জঙেহে পচন্দ কৰে।

৬.  উত্তৰ কোৰিয়াৰ বাহিৰলৈ যোৱাত বাধা

বিয়াৰ হোৱাৰ পিছত ৰি চুই জুই উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপ্ৰধানৰ পত্নী হ’লেও তেওঁ কেতিয়াও উত্তৰ কোৰিয়াৰ বাহিৰলৈ যোৱাই নাই।অৱেশ্য বিয়াৰ পূৰ্বে তেওঁ এবাৰ দক্ষিণ আফ্ৰিকালৈ গৈছিল। জঙে তেওঁক কোনো বিদেশ ভ্ৰমণতে লগত লৈ যোৱা নাই।

৭. জোৰ জোৰ জবৰদস্তি বিয়া

ৰি চুই জুৱে কিম জঙৰ দেউতাকৰ নিৰ্দেশতহে জঙৰ সৈতে বিয়া হৈছিল। যিটো নিৰ্দেশ তাই অমান্য কৰিব নোৱাৰি ২০০৯ চনত জঙৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

৮. ৰাজহুৱা কাৰ্যসূচীত অনুপস্থিত

ৰি চুই জুৱে কেতিয়াও ৰাজহুৱা কাৰ্যসূচীত উপস্থিত নাথাকে। পতিৰ লগতো তেওঁক ৰাজহুৱা অনুষ্ঠান আৰু কাৰ্যসূচীত উপস্থিত থকা দেখা নাযায়। অৰ্থাৎ তেওঁক ৰাজহুৱা অনুষ্ঠান আৰু কাৰ্যসূচীত উপস্থিত থকাৰ অনুমতি দিয়া নাই স্বামী জঙে।

৯. ল’ৰা সন্তান জন্ম দিবলৈ জোৰ কৰা

ৰি চুই জুৱে প্ৰথম দুগৰাকী ছোৱালী জন্ম দিয়াৰ পিছত এটা ল’ৰা সন্তান জন্ম দিবলৈ জঙে তেওঁক বাধ্য কৰাইছিল।

১০ মানুহক লগ ধৰাত বাধা

ৰি চুই জুৱে অকলে কেতিয়াও উত্তৰ কোৰিয়াৰ মানুহক লগ নকৰে। তেওঁক অকলে মানুহক লগ কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd