• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ হিংসা : “ঘৃণা বিয়পোৱা বক্তব্য”ৰ বাবে FIR ৰুজু নহয় বিজেপি নেতা কপিল মিশ্ৰ, অনুৰাগ ঠাকুৰ আৰু পাৰ্ভেছ ভাৰ্মাৰ বিৰুদ্ধে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2020 5:37 pm
Delhi Violence

প্ৰতিনিধিত্বমূলক ফ'টো, সৌজন্য- ইণ্টাৰনেট।

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৪ দিন ধৰি চলা দিল্লীৰ হিংসাত্মক ঘটনাৰ আঁৰৰ উপাদান বুলি চিহ্নিত কৰা বিজেপি নেতা কপিল মিশ্ৰ, অনুৰাগ ঠাকুৰ আৰু পাৰ্ভেছ ভাৰ্মাৰ “ঘৃণা বিয়পোৱা বক্তব্য”ৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰাটো এই সময়ত উচিত নহয় বুলি মন্তব্য কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।

দিল্লী আৰক্ষীয়ে ন্যায়ালয়খনক এই সময়ত এনেকুৱা এজাহাৰ পঞ্জীয়ন সঠিক নহ’ব বুলি জনোৱাৰ পিছতে এই সিদ্ধান্ত লয় ন্যায়ালয়খনে।

Apply Now

আৰক্ষীয়ে কয়, এই অৱস্থাত এই ধৰণৰ পদক্ষেপে পৰিস্থিতি স্বাভাৱিক কৰাত সহায় নকৰিব।

দিল্লীৰ হিংসাৰ বাবে বিজেপিৰ এই নেতাকেইজনৰ “ঘৃণা বিয়পোৱা বক্তব্য”ক জগৰীয়া কৰি তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ আৰ্জি দিছিল মানৱ অধিকাৰ কৰ্মী হৰ্ষ মাণ্ডাৰে।

দিল্লীৰ আদালতে মাণ্ডাৰৰ আৰ্জিটোৰ শুনানি অহা ১৩ এপ্ৰিললৈ স্থগিত ৰাখে।

আনহাতে কেন্দ্ৰীয় চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতায়ো মাণ্ডাৰৰ আৰ্জিখনক এক পক্ষীয় বুলি কৈ আদালতৰ মজিয়াত বিজেপিৰ নেতাকেইজনক সুৰক্ষা দিয়াৰ চেষ্টা কৰে।

তেওঁ কয় যে অন্যান্যসকলৰো ঘৃণা বিয়পোৱা বক্তব্য আছে।

কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা দিয়া তথ্য মতে হিংসাৰ ঘটনাৰ পিছত এতিয়ালৈকে ৪৮খন FIR দাখিল কৰা হৈছে।

২৬ ফেব্ৰুৱাৰিত ন্যায়ালয়খনৰ এখন বিচাৰপীঠে আৰক্ষীৰ বিশেষ আয়ুক্ত প্ৰবীৰ ৰঞ্জনৰ পৰা এই আশ্বাস আদায় কৰিছিল যে আয়ুক্তজনে নিজেই ভিডিঅ’ ক্লিককেইটা চাব আৰু এফ আই আৰ পঞ্জীয়ন কৰা সন্দৰ্ভত এটা সুচিন্তিত সিদ্ধান্ত ল’ব।

তাৎপৰ্য্যপূৰ্ণভাৱে এই বিচাৰপীঠখনৰ এজন ন্যায়াধীশ এছ মুৰুলীধৰণক তৎক্ষণাৎ কাৰ্য্যকৰী হোৱাকৈ দিল্লী ন্যায়ালয়ৰ পৰা পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ ৰাতিয়েই বদলি কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm
ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

September 27, 2026 4:38 pm
বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

September 27, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd